ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 মাৰ্চ পৃষ্ঠা ২
  • খ্ৰীষ্টীয় প্ৰেম দেখুৱাৰ অৰ্থ কি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • খ্ৰীষ্টীয় প্ৰেম দেখুৱাৰ অৰ্থ কি?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • জগত বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • নিজৰ বিবেকক প্ৰশিক্ষণ দি থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • যিহোৱা ঈশ্বৰে আমাৰপৰা কি বিচাৰে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • ‘ঈশ্বৰে আমাক ভয়ৰ আত্মা’ দিয়া নাই
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 মাৰ্চ পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ১২-​১৪

খ্ৰীষ্টীয় প্ৰেম দেখুৱাৰ অৰ্থ কি?

১২:১০, ১৭-​২১

যদি কোনোবাই আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেনেহʼলে আমি প্ৰতিশোধ লোৱা উচিত নহয়। লগতে খ্ৰীষ্টান হিচাপে আমি তেওঁৰ লগত ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন। আমাক এইদৰে পৰামৰ্শ দিয়া হৈছে: “যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেন্তে তেওঁক ভোজন কৰোৱা; যদি তেওঁৰ পিয়াহ লাগে, তেন্তে জল পান কৰোৱা; তেনে কৰিলে, তেওঁৰ মূৰত জ্বলি থকা আঙঠা দʼম কৰি থবা।” (ৰোম ১২:২০) আমাৰ লগত বেয়া ব্যৱহাৰ কৰা লোকসকলৰ লগতো যদি আমি ভাল ব্যৱহাৰ কৰোঁ, তেনেহʼলে তেওঁলোকে যি কৰিছে, তাৰ বাবে অনুশোচনা কৰিব পাৰে।

এগৰাকী সহ-কৰ্ম্মীয়ে এগৰাকী ভনীক বেয়া ব্যৱহাৰ কৰিছে, সেই ৰাতি তাই এজন প্ৰাচীনৰ লগত কথা পাতিছে, পাছদিনাখন তাই নিজৰ সহ-কৰ্ম্মীৰ লগত ভাল ব্যৱহাৰ কৰিছে

আপুনি অজানিতে দুখ দিয়া কোনো এজন ব্যক্তিয়ে যদি আপোনাৰ লগত ভাল ব্যৱহাৰ কৰে, তেনেহʼলে আপোনাৰ কেনে লাগে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক