ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 আগষ্ট পৃষ্ঠা ২
  • ‘ঈশ্বৰে আমাক ভয়ৰ আত্মা’ দিয়া নাই

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘ঈশ্বৰে আমাক ভয়ৰ আত্মা’ দিয়া নাই
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • ‘নিৰ্ভয় আৰু সাহিয়াল হোৱা!’
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • “তোমালোক জগতৰ নোহোৱা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • তীমথিয়ে লোকসকলক সহায় কৰিব বিচাৰিছিল
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 আগষ্ট পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ তীমথিয় ১-৪

‘ঈশ্বৰে আমাক ভয়ৰ আত্মা’ দিয়া নাই

১:৭,৮

পাঁচনি পৌলৰ পোৱা এখন নুৰা তীমথিয়ই পঢ়িছে

তীমথিয়ক উৎসাহিত কৰিবলৈ লিখা পাঁচনি পৌলৰ বাক্যৰপৰা আমাৰো বিশ্বাস দৃঢ় হয়। শুভৱাৰ্ত্তা ঘোষণা কৰাৰ বাবে হয়তো আমাক কেতিয়াবা “ক্লেশ সহন” কৰিবলগীয়া হʼব পাৰে। কিন্তু সংকোচ কৰাৰ পৰিৱৰ্তে, যদি আমি সাহসেৰে ঘোষণা কৰোঁ, তেনেহʼলে আমাৰ বিশ্বাস দৃঢ় কৰিবলৈ সক্ষম হʼম।

আমি কেনে পৰিস্থিতিত আমাৰ সাহস দেখুওৱাৰ প্ৰয়োজন আছে?

এগৰাকী ভনীয়ে নিজৰ সহপাঠী আৰু শিক্ষকক জীৱনৰ আৰম্ভণি ব্ৰচাৰখন দেখুৱাইছে; এগৰাকী ভনীয়ে নিজৰ কৰ্ম্মক্ষেত্ৰত বৰদিনৰ গছ সজাবলৈ মানা কৰিছে; এজন ভায়ে নিজৰ কৰ্ম্মস্থানত সাক্ষ্য দিছে
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক