ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 আগষ্ট পৃষ্ঠা ২
  • আগষ্ট ৫-১১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগষ্ট ৫-১১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 আগষ্ট পৃষ্ঠা ২

আগষ্ট ৫-১১

২ তীমথিয় ১-৪

  • গীত ১৫০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “’ঈশ্বৰে আমাক ভয়ৰ আত্মা’ দিয়া নাই”: (১০ মি.)

    • [২ তীমথিয় কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • ২তীম ১:৭—‘সুবুদ্ধিৰ আত্মাৰ’ যোগেদি পৰীক্ষাৰ সন্মুখীন হওক (w০৯-HI ৫/১৫ ১৫ ¶৯)

    • ২তীম ১:৮—শুভৱাৰ্ত্তা ঘোষণা কৰিবলৈ সংকোচ নকৰিব (w০৩ ৩/১ ৯ ¶৭)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ২তীম ২:৩, ৪—“জীৱিকাৰ অৰ্থে কোনো ব্যৱসায় পাশত” বেছিকৈ আৱদ্ধ হোৱাৰপৰা আমি কেনেকৈ দূৰে থাকিব পাৰোঁ? (w১৭.০৭-HI ১০ ¶১৩)

    • ২তীম ২:২৩—“মূঢ় আৰু অশিষ্ট” বাদ-বিচাৰবোৰৰপৰা আঁতৰি থকাৰ এটা উপায় কি? (w১৪-HI ৭/১৫ ১৪ ¶১০)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ২তীম ১:১-১৮ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। শিক্ষাত দৃষ্টান্তৰ ব্যৱহাৰ নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ৮ আলোচনা কৰক।

  • ভাষণ: (৫ মি. বা কম) w১৪-HI ৭/১৫ ১৩ ¶৩-৭—বিষয়: যিহোৱা ঈশ্বৰৰ লোকসকলে কেনেকৈ “অধাৰ্ম্মিকতাৰ পৰা” দূৰে থাকিব পাৰে? (শিক্ষা অধ্যায় ৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮৫

  • “যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত সময় অতিবাহিত কৰক”: (১৫ মি.) আলোচনা। কুসংগ ত্যাগ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৭ ¶১১-২০, অতিৰিক্ত লেখ ২১২-২১৩

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৪৪ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক