নিউৱৰ্কৰ ৱালকিল বেথেলত কঠিন পৰিশ্ৰম কৰিছে
আলোচনাৰ বাবে আৰ্হি
●○○ প্ৰথম সাক্ষাৎ
প্ৰশ্ন: আমি বেমাৰ-আজাৰ নোহোৱা এটা পৰিস্থিতি দেখিবলৈ পাম নে?
পদ: যিচ ৩৩:২৪
পৰৱৰ্তী সাক্ষাতৰ বাবে: এই জগতৰ আকালৰ সমস্যা কেনেকৈ দূৰ হʼব?
○●○ প্ৰথম পুনৰ সাক্ষাৎ
প্ৰশ্ন: এই জগতৰ আকালৰ সমস্যা কেনেকৈ দূৰ হʼব?
পদ: গীত ৭২:১৬
পৰৱৰ্তী সাক্ষাতৰ বাবে: মৃত্যু হোৱা আমাৰ আপোনজনাৰ বাবে কি আশা আছে?
○○● দ্বিতীয় পুনৰ সাক্ষাৎ
প্ৰশ্ন: মৃত্যু হোৱা আমাৰ আপোনজনাৰ বাবে কি আশা আছে?
পদ: যোহ ৫:২৮, ২৯
পৰৱৰ্তী সাক্ষাতৰ বাবে: বাইবেলৰ প্ৰতিজ্ঞাবোৰ পূৰ হʼব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?