ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 অক্টোবৰ পৃষ্ঠা ৬
  • “তোমালোক জগতৰ নোহোৱা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তোমালোক জগতৰ নোহোৱা”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • আমি সাহসী হʼব পাৰিম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মোক সাহস দিয়া
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • ‘নিৰ্ভয় আৰু সাহিয়াল হোৱা!’
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ‘ঈশ্বৰে আমাক ভয়ৰ আত্মা’ দিয়া নাই
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 অক্টোবৰ পৃষ্ঠা ৬
যীচুৱে তেওঁৰ বিশ্বাসী পাঁচনিসকলৰ লগত কথা পাতিছ

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ১৫-১৭

“তোমালোক জগতৰ নোহোৱা”

১৫:১৯, ২১; ১৬:৩৩

  • যীচুৱে জগতক জয়লাভ কৰিবলৈ সক্ষম হয়, কিয়নো তেওঁ কোনো বিষয়তে জগতৰ দৰে নাছিল

  • যীচুৰ অনুকাৰীসকলক জগতৰ লোকসকলৰ মনোবৃত্তি আৰু তেওঁলোকৰ কাৰ্য্য-কলাপৰপৰা আঁতৰি থাকিবলৈ সাহসৰ প্ৰয়োজন হʼব

  • যীচুৱে যিদৰে জগতক জয় কৰিলে, তাৰ ওপৰত ধ্যান কৰাৰ যোগেদি আমি তেওঁৰ উদাহৰণ অনুকৰণ কৰিবলৈ সাহস লাভ কৰিম

জগতৰপৰা পৃথকে থকাৰ বাবে কি কি পৰিস্থিতিত মোৰ পৰীক্ষা হʼব পাৰে?

জগতৰপৰা পৃথকে থকাৰ মোৰ প্ৰচেষ্টাক মিডিয়াৰ কি কি বিষয়বোৰে অসুবিধাৰ সৃষ্টি কৰিব পাৰে?

এজন সৰু ভায়ে জাতীয়তাবাদৰ বিষয়বোৰত অংশ লোৱা নাই; এজন ভাইয়ে কিছুমান কাম কৰিবলৈ অস্বীকাৰ কৰিছ; এজন ভাইয়ে সমনীয়াসকলক সাক্ষ্য দিছ; এহাল দপতীয়ে ডাক্তৰৰ লগত কথা পাতিছ
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক