ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ১-৩
নিজৰ বিবেকক প্ৰশিক্ষণ দি থাকক
আমাৰ বিবেকে আমাক সহায় কৰিব, যদি আমি
১. বাইবেলৰ সিদ্ধান্ত অনুসৰি প্ৰশিক্ষণ দিওঁ
২. বিবেকে সোঁৱৰণ কৰাই দিয়া সিদ্ধান্তবোৰ শুনো
৩. বেয়া কাৰ্য্যবোৰৰপৰা আঁতৰি থাকিবলৈ পবিত্ৰ আত্মাৰ বাবে প্ৰাৰ্থনা কৰোঁ।—ৰোম ৯:১