ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 মাৰ্চ পৃষ্ঠা ৪
  • মাৰ্চ ১৮-২৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ১৮-২৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 মাৰ্চ পৃষ্ঠা ৪

মাৰ্চ ১৮-​২৪

১ কৰিন্থীয়া ১-৩

  • গীত ১২৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “আপুনি স্বাভাৱিক ব্যক্তি নে আত্মিক ব্যক্তি?”: (১০ মি.)

    • [১ কৰিন্থীয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • ১কৰি ২:​১৪​—‘স্বাভাৱিক মানুহ’ বুলিলে কি বুজায়? (w১৮.০২-HI ১৯ ¶৪-৫)

    • ১কৰি ২:​১৫, ১৬​—“আত্মিক” ব্যক্তি বুলিলে কি বুজায়? (w১৮.০২-HI ১৯ ¶৬; ২২ ¶১৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ১কৰি ১:​২০​—ঈশ্বৰে কেনেকৈ ‘জগতৰ জ্ঞানক মূৰ্খতা’ কৰিছে? (it-২-E ১১৯৩ ¶১)

    • ১কৰি ২:​৩-৫​—পাঁচনি পৌলৰ উদাহৰণে আমাক কেনেকৈ সহায় কৰে? (w০৮-HI ৭/১৫ ২৭ ¶৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ১কৰি ১:​১-​১৭ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৩)

  • প্ৰথম পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখনৰ পৰিচয় তুলি ধৰক। (শিক্ষা অধ্যায় ১১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৮

  • “ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা​​—ভালদৰে চিঠি লিখক”: (৮ মি.) আলোচনা।

  • মাৰ্চ ২৩, শনিবাৰৰপৰা স্মৰণীয় দিনৰ অভিযানৰ আৰম্ভণি: (৭ মি.) সেৱা সমূহৰ অধ্যক্ষৰ দ্বাৰা আলোচনা। সকলোকে এখনকৈ নিমন্ত্ৰণ-পত্ৰ দিয়ক আৰু পুনৰালোচনা কৰক। আলোচনাৰ বাবে আৰ্হি ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক। স্থানীয় প্ৰয়োজনীয়তা অনুসৰি প্ৰস্তুত কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় কিতাপখনৰ অতিৰিক্ত লেখ পৃষ্ঠা ১৯৫-১৯৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক