ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 এপ্ৰিল পৃষ্ঠা ৩
  • এপ্ৰিল ৮-১৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ৮-১৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 এপ্ৰিল পৃষ্ঠা ৩

এপ্ৰিল ৮-১৪

১ কৰিন্থীয়া ১০-১৩

  • গীত ৩০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱা হৈছে বিশ্বাসযোগ্য”: (১০ মি.)

    • ১কৰি ১০:১৩—আমাৰ জীৱনলৈ অহা পৰীক্ষাবোৰৰ নিৰ্ণয় যিহোৱা ঈশ্বৰে নলয় (w১৭.০২-HI ২৯-৩০)

    • ১কৰি ১০:১৩—আমি সন্মুখীন হোৱা পৰীক্ষাবোৰ “মানুহবিলাকত চলে” অৰ্থাৎ তেওঁলোকেও সন্মুখীন হয়

    • ১কৰি ১০:১৩—যদি আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ, তেনেহʼলে তেওঁ আমাক যিকোনো পৰীক্ষাৰ সময়ত সহন কৰিবলৈ সহায় কৰিব

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ১কৰি ১০:৮—গণনাপুস্তক ২৫:৯ পদত বৰ্ণনা কৰিছে যে অনৈতিক যৌন সম্পৰ্কত লিপ্ত থকাৰ বাবে ২৪,০০০ ইস্ৰায়েলী লোকৰ মৃত্যু হৈছিল, কিন্তু এই পদত কিয় ২৩,০০০ বুলি উল্লেখ আছে? (w০৪ ৫/১ ২৭)

    • ১কৰি ১১:৫, ৬, ১০—যদি এগৰাকী ভনীয়ে এজন ভাইৰ উপস্থিতিত বাইবেল অধ্যয়ন পৰিচালনা কৰে, তেনেহʼলে তাইক মূৰত ওৰণি লোৱাৰ প্ৰয়োজন আছেনে? (w১৫-HI ২/১৫ ৩০)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ১কৰি ১০:১-১৭ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৩)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশনৰ পৰিচয় তুলি ধৰক। (শিক্ষা অধ্যায় ৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৫

  • “শৰীৰৰ . . . সকলো অঙ্গ-প্ৰত্যঙ্গও প্ৰয়োজনীয়হে হয়” (১কৰি ১২:২২): (১০ মি.) ভিডিঅʼখন দেখুৱাওক।

  • “আপুনি স্মৰণীয় দিনৰ বাবে কেনেকৈ প্ৰস্তুতি কৰিব?”: (৫ মি.) ভাষণ। স্মৰণীয় দিনৰ সময়ছোৱাত স্মৰণীয় দিনৰ অৰ্থ কি, তাৰ বিষয়ে ধ্যান কৰিবলৈ আৰু যিহোৱা আৰু যীচুৱে আমাক যি প্ৰেম দেখুৱাইছে, তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ সকলোকে উৎসাহিত কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ২ ¶১০-১৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১১৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক