ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 এপ্ৰিল পৃষ্ঠা ৬
  • এপ্ৰিল ২২-২৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ২২-২৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 এপ্ৰিল পৃষ্ঠা ৬

এপ্ৰিল ২২-২৮

১ কৰিন্থীয়া ১৪-১৬

  • গীত ২২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “‘ঈশ্বৰ সকলোৰে বাবে সকলো’ হʼব”: (১০ মি.)

    • ১কৰি ১৫:২৪, ২৫—মচীহৰ ৰাজ্যই ঈশ্বৰৰ সকলো শত্ৰুক বিনাশ কৰিব (w৯৮-HI ৭/১ ২১ ¶১০)

    • ১কৰি ১৫:২৬—মৃত্যুক নাইকিয়া কৰা হʼব (kr-HI ২৩৭ ¶২১)

    • ১কৰি ১৫:২৭, ২৮—খ্ৰীষ্টই শাসনভাৰ যিহোৱাৰ হাতত গতাই দিব (w১২-HI ৯/১৫ ১২ ¶১৭)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ১কৰি ১৪:৩৪, ৩৫—পাঁচনি পৌলে তিৰোতাসকলক মণ্ডলীত কʼবলৈ মানা কৰিছিল নেকি? (w১২-E ৯/১ ৯, বক্স)

    • ১কৰি ১৫:৫৩—অক্ষয়তা আৰু অমৰতাৰ অৰ্থ কি? (it-১-E ১১৯৭-১১৯৮)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ১কৰি ১৪:২০-৪০ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৩)

  • প্ৰথম পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৬৯

  • স্থানীয় প্ৰয়োজনীয়তা: (১৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৩ ¶১-৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৭৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক