ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 মে’ পৃষ্ঠা ২
  • মে’ ৬-১২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ৬-১২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 মে’ পৃষ্ঠা ২

মে’ ৬-১২

২ কৰিন্থীয়া ৪-৬

  • গীত ১২৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “আমি নিৰুৎসাহ নহওঁ”: (১০ মি.)

    • ২কৰি ৪:১৬—যিহোৱাই “দিনে দিনে” আমাক উৎসাহিত কৰে (w০৪ ৯/১ ২০ ¶১৬-১৭)

    • ২কৰি ৪:১৮—বৰ্তমান সময়ৰ দুখ-কষ্টবোৰ “খন্তেকীয়া” আৰু “লঘু” (it-১-E ৭২৪-৭২৫)

    • ২কৰি ৪:১৭, ১৮—ভৱিষ্যতে ঈশ্বৰৰ ৰাজ্যত লাভ কৰিবলগীয়া আশীৰ্ব্বাদবোৰৰ ওপৰত ধ্যান দিয়া উচিত

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ২কৰি ৪:৭—‘মাটিৰ পাত্ৰত’ ৰখা “ধন” কি হয়? (w১২-E ২/১ ২৮-২৯)

    • ২কৰি ৬:১৩—আমি কেনেকৈ আমাৰ “হৃদয় বহল” কৰিব পাৰোঁ? (w০৯-HI ১১/১৫ ২১ ¶৭)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ২কৰি ৪:১-১৫ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। সঠিকভাৱে পঢ়া নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ৫ আলোচনা কৰক।

  • ভাষণ: (৫ মি. বা কম) w০৪-HI ৭/১ ৩০-৩১—বিষয়: এজন বাপ্তিষ্মা প্ৰাপ্ত খ্ৰীষ্টানে, এজন বাপ্তিষ্মা নোলোৱা প্ৰচাৰকৰ লগত বিবাহ কৰাৰ উদ্দেশ্যেৰে মিলা-মিচা কৰা উচিত নে? (শিক্ষা অধ্যায় ৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৪৩

  • মই যিমান পাৰোঁ, সিমান কৰোঁ: (৮ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: ভাই ফʼষ্টাৰে ডেকা আৰু সুস্বাস্থ্য হৈ থকাৰ সময়ত, কেনেকৈ যিমান পাৰে সিমান যিহোৱাৰ সেৱা কৰিছিল? তেওঁৰ পৰিস্থিতি কেনেকৈ পৰিৱৰ্তন হৈছিল? তেওঁ আজিও কেনেকৈ যিহোৱাক সেৱা কৰি আছে? তেওঁৰ অনুভৱৰপৰা আপুনি কি শিক্ষা লাভ কৰিলে?

  • মণ্ডলীৰ প্ৰয়োজনীয়তা. (৭ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৩ ¶১৫-২৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৪৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক