ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 মে’ পৃষ্ঠা ৬
  • মে’ ২৭–জুন ২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ২৭–জুন ২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 মে’ পৃষ্ঠা ৬

মে’ ২৭–জুন ২

গালাতীয়া ১-৩

  • গীত ১০৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “মই তেওঁৰ সাক্ষাতে তেওঁৰ প্ৰতিৰোধ কৰিলোঁ”: (১০ মি.)

    • [গালাতীয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • গালা ২:১১-১৩—যেতিয়া যিহুদী খ্ৰীষ্টানসকলে পিতৰক সাক্ষাৎ কৰিছিল, তেতিয়া তেওঁ ভয়ত যিহুদী নোহোৱা ভাইসকলৰপৰা আঁতৰি থাকিছিল (w১৭.০৪-HI ২৭ ¶১৬)

    • গালা ২:১৪—পৌলে পিতৰক সুধৰণি কৰিছিল (w১৩-HI ৩/১৫ ৫ ¶১২)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • গালা ২:২০—মুক্তিপণস্বৰূপ বলিদানৰ প্ৰতি আপোনাৰ কেনে মনোবৃত্তি হোৱা উচিত আৰু কিয়? (w১৪-HI ৯/১৫ ১৬ ¶২০-২১)

    • গালা ৩:১—পৌলে গালাতীয়াসকলক কিয় “নিৰ্ব্বোধ” বুলি কৈছিল? (it-১-E ৮৮০)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) গালা ২:১১-২১ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ২)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ১৯১-১৯২ ¶১৮-১৯ (শিক্ষা অধ্যায় ৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৯২

  • “আমি সকলোৱে কেনেকৈ ৰাজ্যগৃহটো চোৱা-চিতা কৰিব পাৰোঁ”: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা আলোচনা। আমি সকলোৱে কেনেকৈ ৰাজ্যগৃহটো চোৱা-চিতা কৰিব পাৰোঁ নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্মলিখিত প্ৰশ্নবোৰ আলোচনা কৰক। মণ্ডলীৰ কাৰ্য্যকৰণ কমিটিৰ প্ৰতিনিধিজনৰ সাক্ষাৎকাৰ লওক। ভাইজনক সোধক: নিয়মীয়াকৈ চোৱা-চিতা কৰিবলৈ যি ব্যৱস্থা আছে, তাৰ যোগেদি ৰাজ্যগৃহৰ মেৰামতি কাম কৰিব পৰা গৈছে নে? আমি সুৰক্ষাৰ প্ৰতি ধ্যান দিওঁ নে? শেহতীয়াকৈ ৰাজ্যগৃহৰ কি মেৰামতি কাম কৰা হৈছিল? ভৱিষ্যতে আৰু কি পৰিকল্পনা কৰা হৈছে? যদি এজন ভাই বা ভনীয়ে মেৰামতি কাম জানে বা তেওঁ দক্ষতা থকা ভাই-ভনীসকলৰ লগত মেৰামতি কাম শিকিব বিচাৰে, তেনেহʼলে তেওঁ কি কৰা উচিত? আমাৰ পৰিস্থিতি যিয়েই নহওক কিয়, আমি সকলোৱে ৰাজ্যগৃহৰ চোৱা-চিতা কামত কেনেকৈ ভাগ লʼব পাৰোঁ?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৪ ¶১০-১২, অতিৰিক্ত লেখ ২০১-২০৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক