ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 মে’ পৃষ্ঠা ৫
  • ‘শৰীৰত কাঁইট’ হোৱাৰ সত্ত্বেও আপুনি সফল হʼব পাৰে!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘শৰীৰত কাঁইট’ হোৱাৰ সত্ত্বেও আপুনি সফল হʼব পাৰে!
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • পৌলৰ ‘শৰীৰত এটা কাঁইট’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • ‘শৰীৰত এটা কাঁইটৰূপী’ সমস্যাৰ সম্মুখীন হোৱা
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • তেওঁলোকে শৰীৰত থকা কাঁইটৰূপী সমস্যাসমূহৰ সম্মুখীন হ’ল
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • পিতৃ-মাতৃসকল—লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 মে’ পৃষ্ঠা ৫
তালিতাই নিজৰ মা আৰু ভনীৰ লগত jw.org-ত ভিডিঅ’ চাইছে; তাইৰ মাকে তাইক বুজিবলৈ সহায় কৰিছে

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘শৰীৰত কাঁইট’ হোৱাৰ সত্ত্বেও আপুনি সফল হʼব পাৰে!

এই শেষ-কালত ঈশ্বৰৰ লোকসকলে এনে কিছুমান কঠিন সমস্যাৰ সন্মুখীন হৈছে, যিয়ে কাঁইটৰ দৰে আঘাত দিয়ে। (২তীম ৩:১) আমি কেনেকৈ যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰোঁ আৰু এই সমস্যাবোৰ পাৰ কৰিবলৈ সফল হʼব পাৰোঁ? “অন্ধবিলাকৰ চকু খোলা হব” নামৰ ভিডিঅʼখন চাওক। ইয়াৰ যোগেদি তালিতা আলনাচি আৰু তাইৰ পিতৃ-মাতৃয়ে নিজৰ পৰিস্থিতিৰ সন্মুখীন হʼবলৈ কি কৰিলে, তাৰ বিষয়ে জানিব পাৰি। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • তালিতাৰ ‘শৰীৰৰ কাঁইট’ কি?

  • বাইবেলৰ কোনবোৰ প্ৰতিজ্ঞা ধ্যান কৰাৰ যোগেদি তালিতা আৰু তাইৰ পিতৃ-মাতৃয়ে সঠিক মনোবৃত্তি বজাই ৰাখিবলৈ সক্ষম হৈছিল?

  • তালিতাৰ অপাৰেশ্চ্যন হোৱাৰ পাছত তাইৰ পিতৃ-মাতৃয়ে কেনেকৈ যিহোৱাৰ ওপৰত ভৰসা দেখুৱাইছিল?

  • সংগঠনৰ প্ৰকাশনবোৰৰ সহায়ত তালিতাৰ পিতৃ-মাতৃয়ে কেনেকৈ যিহোৱা ঈশ্বৰৰ প্ৰতি তাইৰ প্ৰেম দৃঢ় কৰে?

  • তালিতাই কেনেকৈ দেখুৱায় যে ‘শৰীৰত এটা কাঁইট’ থকাৰ সত্ত্বেও তাই যিহোৱাৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছে?

  • তালিতাৰ উদাহৰণে আপোনাক কেনেকৈ উৎসাহিত কৰে?

তালিতাই নিজৰ আশাৰ বিষয়ে কৈছে, কম্পিউটাত পঢ়িছে, মণ্ডলীৰ এখন সভাত উত্তৰ দিছে আৰু নিজৰ পিতৃৰ লগত ঘোষণা কাৰ্য্যত ভাগ লৈছে
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক