ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 মে’ পৃষ্ঠা ৭
  • আমি সকলোৱে কেনেকৈ ৰাজ্যগৃহটো চোৱা-চিতা কৰিব পাৰোঁ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি সকলোৱে কেনেকৈ ৰাজ্যগৃহটো চোৱা-চিতা কৰিব পাৰোঁ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • নিজৰ মণ্ডলীক সহযোগ কৰক
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • আঁহক আমি আমাৰ উপাসনা স্থান পৰিপাটিকৈ ৰাখোঁহঁক
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আমি কেনেকৈ আমাৰ ৰাজ্যগৃহৰ তত্ত্বাৱধান লওঁ?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 মে’ পৃষ্ঠা ৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আমি সকলোৱে কেনেকৈ ৰাজ্যগৃহটো চোৱা-চিতা কৰিব পাৰোঁ

আমাৰ ৰাজ্যগৃহ এক সাধাৰণ গৃহ নহয়। এই গৃহ যিহোৱালৈ সমৰ্পণ কৰা হৈছে আৰু ইয়াত তেওঁৰ উপাসনা কৰা হয়। আমি সকলোৱে ৰাজ্যগৃহৰ চোৱা-চিতা কৰাত কেনেকৈ ভাগ লʼব পাৰোঁ?

ভাই-ভনীসকলে ৰাজ্যগৃহ মেৰামতি কৰিছে, বাঠৰোম চাফ-চিকুন কৰিছে আৰু দান-বৰঙণি দিছে

আমি সকলোৱে কেনেকৈ ৰাজ্যগৃহটো চোৱা-চিতা কৰিব পাৰোঁ নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  1. ১. আমি ৰাজ্যগৃহলৈ কিয় যাওঁ?

  2. ২. আমি ৰাজ্যগৃহ কিয় চাফ-চিকুন আৰু পৰিপাটিকৈ ৰখা উচিত?

  3. ৩. ৰাজ্যগৃহৰ চোৱা-চিতা কামত সহায় আগবঢ়োৱাৰ বাবে আপোনাৰ কি লাভৱান হৈছে?

  4. ৪. আমি কিয় সুৰক্ষাৰ ওপৰত ধ্যান দিয়া উচিত? ভিডিঅʼখনত সুৰক্ষাৰ ওপৰত ধ্যান দিবলৈ কি পদ্ধতি দেখুৱালে?

  5. ৫. আমি দান-বৰঙণি দিয়াৰ যোগেদি যিহোৱা ঈশ্বৰৰ প্ৰতি সন্মান কেনেকৈ দেখুৱাব পাৰোঁ?

মই নিজে কেনেকৈ সহায় আগবঢ়াব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক