ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইফিচীয়া ১-৩
যিহোৱা ঈশ্বৰৰ ব্যৱস্থা আৰু কাৰ্য্য প্ৰণালী
যিহোৱা ঈশ্বৰৰ ব্যৱস্থাই তেওঁৰ সকলো আত্মিক প্ৰাণীবিলাকক একত্ৰিত কৰে।
ইয়ে যীচু খ্ৰীষ্টৰ লগত অভিষিক্ত লোকসকলক স্বৰ্গীয় জীৱন লাভ কৰিবলৈ প্ৰস্তুত কৰে
ইয়ে পৃথিৱীত জীৱন লাভ কৰা লোকসকলক মচীহৰ ৰাজ্যৰ অধীনত থাকিবলৈ প্ৰস্তুত কৰে
যিহোৱা ঈশ্বৰৰ সংগঠনত একতা বৃদ্ধি কৰিবলৈ মই কি কি উপায়েৰে সহযোগ আগবঢ়াব পাৰোঁ?