ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুন পৃষ্ঠা ৪
  • জুন ১৭-২৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ১৭-২৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুন পৃষ্ঠা ৪

জুন ১৭-২৩

ইফিচীয়া ৪-৬

  • গীত ৭১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “ঈশ্বৰৰ আটাই সাজ পিন্ধা”: (১০ মি.)

    • ইফি ৬:১১-১৩—চয়তান আৰু দুষ্ট আত্মিক প্ৰাণীবিলাকৰপৰা আমি নিজকে সুৰক্ষা দিয়াৰ প্ৰয়োজন (w১৮.০৫-HI ২৭ ¶১)

    • ইফি ৬:১৪, ১৫—সত্যতা, ধাৰ্ম্মিকতা আৰু শান্তিৰ শুভবাৰ্ত্তাৰ দ্বাৰা নিজকে সুৰক্ষা দিয়ক (w১৮.০৫-HI ২৮-২৯ ¶৪, ৭, ১০)

    • ইফি ৬:১৬, ১৭—বিশ্বাস, উদ্ধাৰৰ আশা আৰু ঈশ্বৰৰ বাক্যৰ দ্বাৰা নিজকে সুৰক্ষা দিয়ক (w১৮.০৫-HI ২৯-৩১ ¶১৩, ১৬, ২০)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ইফি ৪:৩০—এজন ব্যক্তিয়ে কেনেকৈ পবিত্ৰ আত্মাক অসন্তুষ্ট কৰিব পাৰে? (it-১-E ১১২৮ ¶৩)

    • ইফি ৫:৫—এজন মূৰ্ত্তি-পূজা কৰা ব্যক্তিৰ লগত এজন লুভীয়া ব্যক্তিৰ কেনেকৈ মিল আছে? (it-১-E ১০০৬ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ইফি ৪:১৭-৩২ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)

  • প্ৰথম পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩৫

  • “যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি?”: (১৫ মি.) আলোচনা। যিহোৱাৰ ইচ্ছা জানিবলৈ চেষ্টা কৰক (লেবী ১৯:১৮) নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৫ ¶ ৯-১৩ আৰু অতিৰিক্ত লেখ ২০৪-২০৬

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক