ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুলাই পৃষ্ঠা ২
  • জুলাই ১-৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ১-৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুলাই পৃষ্ঠা ২

জুলাই ১-৭

কলচীয়া ১-৪

  • গীত ৫৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “পুৰাতন পুৰুষক সোলোকাই পেলাওক আৰু নতুন পুৰুষক পিন্ধি লওক”: (১০ মি.)

    • [কলচীয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • কল ৩:৫-৯—“পুৰাতন পুৰুষক ফটা বস্ত্ৰস্বৰূপে সোলোকাই” পেলাওক (w১১-HI ৩/১৫ ১০ ¶১২-১৩)

    • কল ৩:১০-১৪—‘নতুন পুৰুষক পিন্ধি লওক’ (w১৩-HI ৯/১৫ ২১ ¶১৮-১৯)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • কল ১:১৩, ১৪—‘নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্য’ বুলিলে কি বুজায়? (it-২-E ১৬৯ ¶৩-৫)

    • কল ২:৮—“জগতৰ প্ৰাথমিক” বিষয়বোৰ কি? (w০৮-HI ৮/১৫ ২৮ ¶৯)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) কল ১:১-২০ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। সঠিক আৰু যুক্তিসংগত নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ৭ আলোচনা কৰক।

  • ভাষণ: (৫ মি. বা কম) w০৪ ৫/১ ১৯-২০ ¶৩-৭—বিষয়: খ্ৰীষ্টান ভাই-ভনীসকলে পৌলৰ বাবে কেনেকৈ “দৃঢ়তাস্বৰূপ” আছিল? (কল ৪:১১, NW) (শিক্ষা অধ্যায় ৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৭

  • ২০১৮ চনৰ শিক্ষা সমিতিৰ ৰিপৰ্ট: (১৫ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ আলোচনা কৰক: আমাৰ সংগঠনৰ কাৰ্য্যৰ বাবে যাত্ৰা কৰা কিয় প্ৰয়োজন? মুখ্য কাৰ্য্যালয়ৰ যাত্ৰা বিভাগে কেনেকৈ ৰাজ্যৰ বাবে পোৱা দানক ভাবি-চিন্তি খৰচ কৰে? সংগঠনৰ যাত্ৰাৰ খৰচ-পাতি কম কৰিবলৈ প্ৰচাৰকসকলে কি কৰিব পাৰে? মুখ্য কাৰ্য্যালয়ৰ যাত্ৰা বিভাগে, ২০১৯ চনৰ আন্তঃৰাষ্ট্ৰীয় অধিৱেশনৰ বাবে যাত্ৰা কৰিবলগীয়া লোকসকলক কেনেকৈ সহায় আগবঢ়াইছে?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৫ ¶২১, ২২ আৰু অতিৰিক্ত লেখ ২০৬-২০৮

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক