জুলাই ৮-১৪
১ থিচলনীকীয়া ১-৫
গীত ৯০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“পৰস্পৰে প্ৰবোধ দি থাকা, আৰু ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰা”: (১০ মি.)
[১ থিচলনীকীয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
১থিচ ৫:১১-১৩—আপোনাৰ অধ্যক্ষসকলক “অতিশয়ৰূপে . . . সমাদৰ” কৰক (w১১-HI ৬/১৫ ২৬ ¶১২; ২৮ ¶১৯)
১থিচ ৫:১৪—নিৰাশাত থকা ভাই-ভনীসকলক সান্ত্বনা দিয়ক আৰু দুৰ্ব্বল লোকসকলক সহায় কৰক (w১৭.১০-HI ১০ ¶১৩; w১৫-HI ২/১৫ ৯ ¶১৬)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
১থিচ ৪:৩-৬—ব্যভিচাৰ কৰা ব্যক্তিয়ে কেনেকৈ ‘নিজ ভাইক ঠগিব’ পাৰে? (it-১-E ৮৬৩-৮৬৪)
১থিচ ৪:১৫-১৭—“আকাশত প্ৰভুৰ লগ লবলৈ, তেওঁবিলাকে সৈতে মেঘৰথত তুলি” কাক নিয়া হʼব আৰু ই কেনেকৈ হʼব? (w১৫-HI ৭/১৫ ১৮-১৯ ¶১৪-১৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ১থিচ ৩:১-১৩ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৩)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
উৎসাহিত কৰা অগ্ৰগামী সেৱকসকল: (৯ মি.) অগ্ৰগামীসকলৰ সহায় নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ সোধক: মণ্ডলীত অগ্ৰগামী ভাই-ভনীসকলে কেনেকৈ আনক উৎসাহিত কৰিব পাৰে? আপোনাৰ মণ্ডলীৰ অগ্ৰগামী ভাই-ভনীসকলৰপৰা আপুনি কেনেকৈ উৎসাহিত হৈছে?
ভাল উদাহৰণে আমাক উৎসাহিত কৰে: (৬ মি.) “দৌৰৰ পথত ধৈৰ্য্যেৰে” দৌৰি থাকক—ভাল উদাহৰণ অনুকৰণ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক: ভনীগৰাকীয়ে কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল? তাই উৎসাহ পাবলৈ কি কৰিছিল?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৬ ¶১-৬ আৰু অতিৰিক্ত লেখ ২০৮-২১১
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৩৯ আৰু প্ৰাৰ্থনা