ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুলাই পৃষ্ঠা ৩
  • “পৰস্পৰে প্ৰবোধ দি থাকা, আৰু ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “পৰস্পৰে প্ৰবোধ দি থাকা, আৰু ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰা”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • ধৈৰ্য্য আৰু শান্ত্বনাৰ বাবে যিহোৱাৰ ওপৰত ভৰসা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুলাই পৃষ্ঠা ৩
এগৰাকী বয়সীয়াল ভনীয়ে, দুগৰাকী ভনীক কফি দিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ থিচলনীকীয়া ১-৫

“পৰস্পৰে প্ৰবোধ দি থাকা, আৰু ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰা”

৫:১১-১৪

এজনে-আনজনক উৎসাহিত কৰিবলৈ সকলো খ্ৰীষ্টানৰ সামৰ্থ আছে। উদাহৰণস্বৰূপে, নিয়মীয়াকৈ সভাত উপস্থিত থাকি আৰু ঘোষণা কাৰ্য্যত ভাগ লোৱাৰ যোগেদি আমি আমাৰ সংগী ভাই-ভনীসকলক উৎসাহিত কৰিব পাৰোঁ। আমাৰ অসুস্থ শৰীৰ বা কিছুমান সমস্যাৰ বাবে আমাক ‘কঠিন সংঘৰ্ষ’ কৰিবলগীয়া হʼব পাৰে। (১থিচ ২:২) ইয়াৰ উপৰিও, যদি আমি আগতীয়াকৈ চিন্তা-চৰ্চ্চা আৰু অনুসন্ধান কৰোঁ, তেনেহʼলে উৎসাহৰ প্ৰয়োজন হোৱা আমাৰ সংগী ভাই-ভনীসকলক সহায় কৰিব পাৰিম।

কোনো এক বিশেষ সমস্যাৰ সন্মুখীন হোৱা ব্যক্তিক উৎসাহিত কৰিবলৈ আমি কʼৰপৰা সহায় বিচাৰি পাম?

আপুনি মণ্ডলীত কাক উৎসাহিত কৰিব বিচাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক