ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুলাই পৃষ্ঠা ৪
  • জুলাই ১৫-২১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ১৫-২১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুলাই পৃষ্ঠা ৪

জুলাই ১৫-২১

২ থিচলনীকীয়া ১-৩

  • গীত ৬৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “অধৰ্ম্মীজন প্ৰকাশিত হʼব”: (১০ মি.)

    • [২ থিচলনীকীয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • ২থিচ ২:৬-৮—“অধৰ্ম্মী জন” কাৰ্য্য কৰি থকা দেখিবলৈ পোৱা যাব (it-১-E ৯৭২-৯৭৩)

    • ২থিচ ২:৯-১২—‘অধৰ্ম্মীসকলৰ’ দ্বাৰা ভুল পথলৈ পৰিচালিত কৰা লোকসকলক ন্যায় বিচাৰ কৰা হʼব (it-২-E ২৪৫ ¶৭)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ২থিচ ১:৬, ৭—প্ৰভু যীচু আৰু তেওঁৰ স্বৰ্গদূতবিলাকৰ সৈতে “জ্বলন্ত অগ্নিত” প্ৰকাশিত হোৱা বুলিলে কি বুজা? (it-১-E ৮৩৪ ¶৫)

    • ২থিচ ২:২—পৌলে কি অৰ্থত “লিখা বুলি” কʼব বিচাৰিছিল? (it-১-E ১২০৬ ¶৪)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ২থিচ ১:১-১২ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)

  • প্ৰথম পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখনৰ পৰিচয় তুলি ধৰক। (শিক্ষা অধ্যায় ১২)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৬১

  • পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি থকা আপোনাৰ আগ্ৰহ কমি গৈছে নেকি?: (১৫ মি.) আপোনাৰ পৰিচৰ্য্যা কাৰ্য্য কেনেকৈ সক্ৰিয় কৰি তুলিব? নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৬ ¶৭-১৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক