ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 আগষ্ট পৃষ্ঠা ৪
  • আগষ্ট ১২-১৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগষ্ট ১২-১৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 আগষ্ট পৃষ্ঠা ৪

আগষ্ট ১২-১৮

তীত ১–ফিলীমন

  • গীত ৯৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “‘বৃদ্ধলোকসকলৰ নিযুক্তি’”: (১০ মি.)

    • [তীত কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • তীত ১:৫-৯—শাস্ত্ৰৰ অনুসৰি যোগ্য ভাইসকলক চাৰ্কিট ওভাৰচিয়াৰে প্ৰাচীন হিচাপে নিযুক্ত কৰে (w১৪-HI ১১/১৫ ২৮-২৯)

    • [ফিলীমন কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • তীত ১:১২—এই পদে জাতি বা ৰাষ্ট্ৰৰ ভেদা-ভেদৰ বিষয়ে উল্লেখ কৰা নাই বুলি কিয় কʼব পাৰি? (w৮৯-E ৫/১৫ ৩১ ¶৫)

    • ফিলী ১৫, ১৬—ওনীচিমক দাসত্বৰপৰা মুক্ত কৰিবলৈ পৌলে কিয় ফিলীমনক কোৱা নাছিল? (w০৮-HI ১০/১৫ ৩১ ¶৪)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) তীত ৩:১-১৫ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৩)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১২)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ১১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮৪

  • “কিশোৰ-কিশোৰীসকল—‘সৎকৰ্ম্মত উদ্যোগী’ হওক”: (১৫ মি.) আলোচনা। কিশোৰ-কিশোৰীসকলে যিহোৱাক আদৰ কৰিছে নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৭ ¶২১-২৫, অতিৰিক্ত লেখ ২১৩-২১৫

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক