অক্টোবৰ ৭-১৩
যাকোব ৩-৫
গীত ৫০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“ঈশ্বৰীয় প্ৰজ্ঞা প্ৰতিফলিত কৰক”: (১০ মি.)
যাকো ৩:১৭—ঈশ্বৰীয় প্ৰজ্ঞা শুচি আৰু শান্তিযুক্ত (cl-HI ২২১-২২২ ¶৯-১০)
যাকো ৩:১৭—ঈশ্বৰীয় প্ৰজ্ঞা ক্ষান্তস্বভাৱী, কোমল-স্বভাৱী আৰু দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ (cl-HI ২২৩-২২৪ ¶১২; ২২৪-২২৫ ¶১৪-১৫)
যাকো ৩:১৭—ঈশ্বৰীয় প্ৰজ্ঞা নিঃসংশয় আৰু অকপট (cl-HI ২২৬-২২৭ ¶১৮-১৯)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
যাকো ৪:৫—যাকোবে কোনটো পদৰপৰা উদ্ধৃতি দিছিল? (w০৮-HI ১১/১৫ ২০ ¶৬)
যাকো ৪:১১, ১২—যদি কোনোবা এজনে “ভাইৰ বিৰুদ্ধে কথা কয়,” তেনেহʼলে তেওঁ কেনেকৈ “বিধানৰ” বিৰুদ্ধে কথা কোৱাৰ দৰে হয়? (w৯৭-HI ১১/১৫ ২০-২১ ¶৮)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) যাকো ৩:১-১৮ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। কণ্ঠস্বৰ উঠা-নমা নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ১০ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) w১০-E ৯/১ ২৩-২৪—বিষয়: আমি আমাৰ পাপবোৰ কিয় আৰু কাক জনোৱা উচিত? (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১০ ¶১০-১৯
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৭৩ আৰু প্ৰাৰ্থনা