ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 অক্টোবৰ পৃষ্ঠা ২
  • ঈশ্বৰীয় প্ৰজ্ঞা প্ৰতিফলিত কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰীয় প্ৰজ্ঞা প্ৰতিফলিত কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰকৃত বুদ্ধিয়ে ৰিঙিয়াই আছে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • ধৈৰ্য্যৰে ঈশ্বৰীয় ভক্তি প্ৰকাশ কৰা
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 অক্টোবৰ পৃষ্ঠা ২
এগৰাকী ভনীয়ে বাইবেলৰপৰা পঢ়া কথাবোৰ ধ্যান কৰিছে, আন এগৰাকী ভনীৰ লগত কৰা তৰ্কৰ বিষয়ে চিন্তা কৰিছে আৰু ভনীৰ লগত শান্তি স্থাপন কৰিবলৈ গৈছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাকোব ৩-৫

ঈশ্বৰীয় প্ৰজ্ঞা প্ৰতিফলিত কৰক

৩:১৭

যিহোৱাৰ প্ৰজ্ঞা হৈছে ব্যৱহাৰিক। উদাহৰণস্বৰূপে, ইয়ে আমাৰ সংগী ভাই-ভনীসকলৰ লগত শান্তি বজাই ৰাখিবলৈ সহায় কৰে। যদি আমি ঈশ্বৰীয় প্ৰজ্ঞা আহৰণ কৰোঁ, তেনেহʼলে ই আমাৰ আচাৰ-ব্যৱহাৰ আৰু কাম-কাজত প্ৰতিফলিত হʼব।

নিজকে সোধক: ‘অলপতে মই কোনবোৰ ঈশ্বৰীয় প্ৰজ্ঞা প্ৰতিফলিত কৰিছোঁ? উল্লেখিত গুণবোৰ প্ৰতিফলিত কৰিবলৈ মই কেনেকৈ পৰিশ্ৰম কৰিব পাৰোঁ?’

  • শুচি

  • শান্তিযুক্ত

  • ক্ষান্তস্বভাৱী

  • কোমল-স্বভাৱী

  • দয়া আৰু উত্তম ফলেৰে পৰিপূৰ্ণ

  • নিঃসংশয়

  • অকপট

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক