ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 অক্টোবৰ পৃষ্ঠা ৩
  • অক্টোবৰ ১৪-২০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ১৪-২০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 অক্টোবৰ পৃষ্ঠা ৩

অক্টোবৰ ১৪-২০

১ পিতৰ ১-২

  • গীত ২৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “তোমালোক পবিত্ৰ হোৱা”: (১০ মি.)

    • [১ পিতৰ কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • ১পিত ১:১৪, ১৫—আমাৰ অভিলাষ আৰু আচাৰ-ব্যৱহাৰ পবিত্ৰ হোৱা উচিত (w১৭.০২-HI ৯ ¶৫)

    • ১পিত ১:১৬—আমাৰ পবিত্ৰ ঈশ্বৰক অনুকৰণ কৰিবলৈ আমি চেষ্টা কৰা উচিত (lv ৭৪-৭৫ ¶৬)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ১পিত ১:১০-১২—আমি ভৱিষ্যতবক্তা আৰু স্বৰ্গদূতসকলৰ দৰে কেনেকৈ পৰিশ্ৰমী হʼব পাৰোঁ? (w০৮-HI ১১/১৫ ২১ ¶১০)

    • ১পিত ২:২৫—উচ্চ অধ্যক্ষ কোন? (it-২ ৫৬৫ ¶৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ১পিত ১:১-১৬ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৩)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৮

  • যিহোৱাৰ বন্ধু হোৱা—পৰিষ্কাৰ আৰু পৰিপাটিকৈ থাকিবা: (৬ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত কেইজনমান লʼৰা-ছোৱালীক ষ্টেজলৈ আহিবলৈ অনুৰোধ কৰক আৰু তেওঁলোকক সোধক: যিহোৱা ঈশ্বৰে কেনেকৈ সকলো বস্তুৰ বাবে এক নিৰ্দিষ্ট স্থান তৈয়াৰ কৰিছে? জলহস্তী প্ৰাণীয়ে কেনেকৈ পৰিষ্কাৰকৈ থাকে? তোমালোকৰ ঘৰখন পৰিষ্কাৰকৈ ৰখাত তুমি কেনেকৈ সহায় কৰিব পাৰা?

  • “পৰিষ্কাৰকৈ থকা লোকক যিহোৱা ঈশ্বৰে প্ৰেম কৰে”: (৯ মি.) আলোচনা। পৰিষ্কাৰকৈ থকা লোকক ঈশ্বৰে প্ৰেম কৰে নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১১ ¶১-৯

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৮৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক