ডিচেম্বৰ ২-৮
প্ৰকাশিত বাক্য ৭-৯
গীত ৬৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“গণিব নোৱাৰা এক বৰ লোকসমূহ যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰে”: (১০ মি.)
প্ৰকা ৭:৯—‘এক বৰ লোকসমূহে’ যিহোৱাৰ সিংহাসনৰ আগত থিয় হৈ আছে (it-১-E ৯৯৭ ¶১)
প্ৰকা ৭:১৪—বৰ লোকসমূহে “মহা-ক্লেশৰ পৰা” উদ্ধাৰ পাব (it-২-E ১১২৭ ¶৪)
প্ৰকা ৭:১৫-১৭—বৰ লোকসমূহে ভৱিষ্যতে পৃথিৱীত বহুতো আশীৰ্ব্বাদ লাভ কৰিব (it-১-E ৯৯৬-৯৯৭)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
প্ৰকা ৭:১—‘পৃথিবীৰ চাৰি চুকত থিয় হৈ থকা চাৰি জন স্বৰ্গদূতে’ কি কৰে আৰু ‘পৃথিবীৰ চাৰি বায়ুৱে’ কিহক চিত্ৰিত কৰিছে? (re-E ১১৫ ¶৪)
প্ৰকা ৯:১১—“অগাধ ঠাইৰ দূত” কোন হয়? (it-১-E ১২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) প্ৰকা ৭:১-১২ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। স্নেহ আৰু সহানুভূতি নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ১২ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) w১৬.০১-HI ২৫-২৬ ¶১২-১৬—বিষয়: যোৱা বছৰত প্ৰভুৰ সন্ধ্যা ভোজৰ প্ৰতীক গ্ৰহণ কৰা লোকৰ সংখ্যা বৃদ্ধি পোৱাত আমি কিয় চিন্তিত হোৱা উচিত নহয়? (শিক্ষা অধ্যায় ৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
স্থানীয় প্ৰয়োজনীয়তা: (৮ মি.)
সংগঠনে লাভ কৰা সফলতা: (৭ মি.) ডিচেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৩ ¶১০-১৯
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১২৬ আৰু প্ৰাৰ্থনা