ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ডিচেম্বৰ পৃষ্ঠা ২
  • গণিব নোৱাৰা এক বৰ লোকসমূহ যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • গণিব নোৱাৰা এক বৰ লোকসমূহ যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • বৰ লোকসমূহে যিহোৱা আৰু যীচুৰ প্ৰশংসা কৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • বহু লোকৰ অনুগামী নহবা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • আনৰ সেৱা কৰাৰ যোগেদি খ্ৰীষ্টানসকলে আনন্দ লাভ কৰে
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ডিচেম্বৰ পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ৭-৯

গণিব নোৱাৰা এক বৰ লোকসমূহ যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰে

৭:৯, ১৪-১৭

এক বৰ লোকসমূহে বগা বস্ত্ৰ পৰিধান কৰিছে আৰু হাতত খেজুৰ পাতৰ ঠাৰি লৈ আছে

যিহোৱা ঈশ্বৰে বৰ লোকসমূহক কিয় আশীৰ্ব্বাদ দিয়ে?

  • তেওঁলোকে ‘[যিহোৱাৰ] সিংহাসনৰ আগত থিয় হৈ আছে’ আৰু যিহোৱা ঈশ্বৰৰ সাৰ্ব্বভৌমত্ত্বক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে

  • তেওঁলোকে “বগা বস্ত্ৰ” পৰিধান কৰিছে। ইয়ে তেওঁলোকক যীচুৰ বলিদানৰ ওপৰত বিশ্বাস কৰাৰ বাবে যিহোৱাৰ সন্মুখত শুচি আৰু ধাৰ্ম্মিক বুলি চিত্ৰিত কৰে

  • তেওঁলোকে “দিনে-ৰাতিয়ে” পবিত্ৰ সেৱা কৰে। একেলেথাৰিয়ে আৰু নিষ্ঠাৰে তেওঁলোকে যিহোৱাৰ উপাসনা কৰিছে

বৰ লোকসমূহৰ ভাগ হʼবলৈ মই কি কৰা উচিত?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক