ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ডিচেম্বৰ পৃষ্ঠা ৩
  • ডিচেম্বৰ ৯-১৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ৯-১৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ডিচেম্বৰ পৃষ্ঠা ৩

ডিচেম্বৰ ৯-১৫

প্ৰকাশিত বাক্য ১০-১২

  • গীত ২৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “‘দুজন সাক্ষীক’ হত্যা কৰা হৈছে আৰু পুনৰ জীৱন দিয়া হৈছে”: (১০ মি.)

    • প্ৰকা ১১:৩—১,২৬০ দিনৰ বাবে ‘দুজন সাক্ষীৰ’ ভৱিষ্যতবাণী (w১৪-HI ১১/১৫ ৩০)

    • প্ৰকা ১১:৭—তেওঁলোকক এটা ‘পশুৱে’ বধ কৰিব

    • প্ৰকা ১১:১১—“চাৰে তিন দিনৰ” পাছত ‘দুজন সাক্ষীক’ পুনৰ জীৱন দিয়া হয়

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • প্ৰকা ১০:৯, ১০—যোহনক দিয়া বাৰ্ত্তা কেনেকৈ “তিতা” আৰু “মৌৰ” দৰে আছিল? (it-২-E ৮৮০-৮৮১)

    • প্ৰকা ১২:১-৫—এই পদবোৰ কেনেকৈ পূৰ হৈছিল? (it-২-E ১৮৭ ¶৭-৯)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) প্ৰকা ১০:১-১১ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ আপোনাৰ এলেকাত প্ৰযোজ্য হোৱা সুযোগ বিচাৰি সাক্ষ্য দিয়ক। (শিক্ষা অধ্যায় ৩)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত আমাৰ শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৪৮

  • “পৃথিৱীয়ে ‘নদী গ্ৰাস কৰিলে’”: (১৫ মি.) আলোচনা। কোৰিয়াৰ ভাইসকলে জেলৰপৰা মুক্তি পায় নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৪ ¶১-৯

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৩১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক