ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ডিচেম্বৰ পৃষ্ঠা ৩
  • “দুজন সাক্ষীক” হত্যা কৰা হৈছে আৰু পুনৰ জীৱন দিয়া হৈছে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “দুজন সাক্ষীক” হত্যা কৰা হৈছে আৰু পুনৰ জীৱন দিয়া হৈছে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ পৰীক্ষাত কৃতকাৰ্য্য হ’ল!
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ডিচেম্বৰ পৃষ্ঠা ৩
প্ৰকাশিত বাক্য কিতাপত উল্লেখ কৰা ‘দুজন সাক্ষীয়ে’ দীপাধাৰ আৰু জলফাই গছৰ সন্মুখত থিয় হৈ আছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ১০-১২

“দুজন সাক্ষীক” হত্যা কৰা হৈছে আৰু পুনৰ জীৱন দিয়া হৈছে

১১:৩-১১

  • ‘দুজন সাক্ষী’: অভিষিক্ত ভাইসকলৰ এটা সৰু সমূহ। ১৯১৪ চনত যেতিয়া ঈশ্বৰৰ ৰাজ্যৰ স্থাপন হৈছিল, তেতিয়া এই সমূহে আগ-ভাগ লৈছিল

  • বধ: “মৰাপাটৰ চট” পিন্ধি চাৰে তিনি বছৰ প্ৰচাৰ কৰাৰ পাছত, যেতিয়া তেওঁলোকক জেলত বন্দী কৰা হৈছিল আৰু নিষ্ক্ৰিয় কৰিবলৈ চেষ্টা কৰা হৈছিল, তেতিয়া তেওঁলোকক “বধ” কৰা হৈছিল

  • পুনৰ জীৱন দিয়া হৈছিল: লাক্ষণিক চাৰে তিনি দিন শেষ হোৱাৰ পাছত তেওঁলোকে যেতিয়া জেলৰপৰা মুক্ত হৈছিল আৰু ৰখি যোৱা প্ৰচাৰ কামৰ আগ-ভাগ লৈছিল, তেতিয়া তেওঁলোকক পুনৰ জীৱন দিয়া হৈছিল

মলাখী ৩:​১-৩ পদত বৰ্ণনা কৰা নিৰীক্ষণ আৰু মন্দিৰ শুচি কৰাৰ ঘটনাৰ লগত প্ৰকাশিত বাক্য ১১:​১, ২ পদটো জড়িত কৰা হৈছে। ভৱিষ্যতবাণীৰ সময় ৰেখাই এইদৰে দেখুৱাইছে: প্ৰায় ১৯১৪ চনৰ শেষৰপৰা প্ৰায় ১৯১৯ চনৰ আৰম্ভণিলৈকে মন্দিৰ শুচি কৰাৰ কাম চলে; প্ৰায় ১৯১৪ চনৰ শেষৰপৰা প্ৰায় ১৯১৮ চনৰ আৰম্ভণিলৈকে চাৰে তিনি বছৰ বা ১,২৬০ দিন; প্ৰায় ১৯১৮ চনৰ আৰম্ভণিৰপৰা প্ৰায় ১৯১৯ চনৰ আৰম্ভণিলৈকে চাৰে তিনি দিন।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক