ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জানুৱাৰী পৃষ্ঠা ৫
  • জানুৱাৰী ২০-২৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ২০-২৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জানুৱাৰী পৃষ্ঠা ৫

জানুৱাৰী ২০-২৬

আদিপুস্তক ৬-৮

  • গীত ৮৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “নোহে সেই দৰে কৰিলে”: (১০ মি.)

    • আদি ৬:৯, ১৩—ধাৰ্মিক নোহৰ সময়ত চাৰিওফালে দুষ্টতাৰে ভৰি আছিল (w১৮.০২-HI ৪ ¶৪)

    • আদি ৬:১৪-১৬—নোহে এটা কঠিন দায়িত্ব লাভ কৰিছিল (w১৩-E ৪/১ ১৪ ¶১)

    • আদি ৬:২২—নোহে যিহোৱাৰ ওপৰত বিশ্বাস দেখুৱালে (w১১-HI ৯/১৫ ১৮ ¶১৩)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ৭:২—শুচি আৰু অশুচি জীৱ-জন্তুৰ মাজত প্ৰভেদ কৰিবলৈ কিহক এটা মুখ্য কাৰণ হিচাপে ব্যৱহাৰ কৰা হৈছিল? (w০৪ ১/১ ২৯ ¶৭)

    • আদি ৭:১১—জল-প্লাৱনৰ বাবে পানী কʼৰ পৰা আহিল? (w০৪ ১/১ ৩০ ¶১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ৬:১-১৬ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: গৃহস্থৰ লগত প্ৰচাৰকসকলে ১ যোহন ৪:৮ পদটো ব্যৱহাৰ কৰি কেনেকৈ যুক্তি কৰিছিল? প্ৰচাৰকসকলে কেনেকৈ একেলগে সাক্ষ্য দিছিল?

  • প্ৰথম পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১২)

  • প্ৰথম পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩১

  • পাৰিবাৰিক উপাসনা: নোহ—তেওঁ ঈশ্বৰৰ সৈতে চলাচল কৰে: (১০ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ আলোচনা কৰক: বাইবেলৰ নোহৰ কাহিনীটো নাটকীয়ভাৱে ব্যৱহাৰ কৰি পিতৃ-মাতৃয়ে কেনেকৈ নিজৰ লʼৰা-ছোৱালীক ব্যৱহাৰিক শিক্ষা দিছিল? আপুনি এনে কি বিষয় লক্ষ্য কৰিলে, যিটো আপুনি নিজৰ পাৰিবাৰিক উপাসনাত ব্যৱহাৰ কৰিব পাৰে?

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৬ ¶১-৮

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ১১৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক