ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জানুৱাৰী পৃষ্ঠা ৫
  • “নোহে সেই দৰে কৰিলে”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “নোহে সেই দৰে কৰিলে”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • বিশ্বাসৰ গুণে নোহে জগতখনক দোষী সাব্যস্ত কৰিলে
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • নোহৰ জাহাজ
    বাইবেলৰ কাহিনী
  • নোহ—ঈশ্বৰৰ অনুসাৰে চলিছিল নামৰ ভিডিঅখনৰ পৰা সকলোৱে শিকিব পাৰে
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ভাগ ৫
    ঈশ্বৰৰ বাক্য শুনক
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জানুৱাৰী পৃষ্ঠা ৫
নোহ আৰু তেওঁৰ এজন পুতেকে জাহাজখন নিৰ্ম্মাণ কৰিছে; তেওঁৰ পুত্ৰই চাঙত থিয় হৈ জাহাজখনত আলকাতৰাৰ প্ৰলেপ দিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৬-৮

“নোহে সেই দৰে কৰিলে”

৬:৯, ১৩-১৬, ২২

কল্পনা কৰক যে কোনো আধুনিক সঁজুলি আৰু নিৰ্মাণৰ পদ্ধতি নোহোৱাকৈ জাহাজ সাজিবলৈ নোহ আৰু তেওঁৰ পৰিয়ালে কিমান পৰিশ্ৰম কৰিবলগীয়া হৈছিল।

  • ইয়াৰ আকাৰ বিশাল আছিল—প্ৰায় ৪৩৭ ফুট (১৩৩ মি.) দীঘল, ৭৩ ফুট (২২ মি.) বহল আৰু ৪৪ ফুট (১৩ মি.) ওখ

  • গছবোৰ সঠিক জোখত আৰু আকাৰত কাটিবলগীয়া হৈছিল আৰু কঢ়িয়াই নি সজোৱা ঠাইত ৰখা হৈছিল

  • ভিতৰ আৰু বাহিৰ দুয়োফালে বিশাল গাঁঠনিত আলকাতৰাৰ প্ৰলেপ দিবলগীয়া হৈছিল

  • নোহৰ পৰিয়াল আৰু জীৱ-জন্তুৰ বাবে এবছৰৰ আহাৰ জমা কৰি ৰাখিবলগীয়া হৈছিল

  • এই কাৰ্য্য সম্পূৰ্ণ হʼবলৈ ৪০-ৰপৰা ৫০ বছৰ লাগিছিল

যেতিয়া যিহোৱাই দিয়া কাৰ্য্য কৰিবলৈ আমাৰ বাবে কঠিন হয়, তেতিয়া আমি এই বিৱৰণৰপৰা কেনেকৈ উৎসাহ লাভ কৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক