জানুৱাৰী ২৭–ফেব্ৰুৱাৰী ২
আদিপুস্তক ৯-১১
গীত ১০১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“গোটেইখন পৃথিৱীত এক ভাষা থাকিব”: (১০ মি.)
আদি ১১:১-৪—ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে কিছুমান লোকে এখন নগৰ আৰু ওখ ঘৰ নিৰ্মাণ কৰিবলৈ নিৰ্ণয় লৈছিল (it-১-E ২৩৯; it-২-E ২০২ ¶২)
আদি ১১:৬-৮—যিহোৱাই সিহঁতৰ ভাষাত বেমেজালি সৃষ্টি কৰিছিল (it-২-E ২০২ ¶৩)
আদি ১১:৯—লোকসকলে তেওঁলোকৰ নিৰ্মাণ কাৰ্য্য বন্ধ কৰি চাৰিওফালে সিঁচৰিত হৈ গʼল (it-২-E ৪৭২)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ৯:২০-২২, ২৪, ২৫—নোহে হামৰ সলনি কনানক কিয় অভিশাপ দিছিল? (it-১-E ১০২৩ ¶৪)
আদি ১০:৯, ১০—নিম্ৰোদ কেনেকৈ “যিহোৱাৰ সাক্ষাতে পৰাক্ৰমী ব্যাধ” আছিল? (it-২-E ৫০৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ১০:৬-৩২ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: প্ৰচাৰকসকলে একেলগে পুনৰ সাক্ষাতৰ বাবে প্ৰস্তুত কৰিছে বুলি কিহে দেখুৱাইছে? শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা ভাইজনে কেনেকৈ এখন প্ৰকাশনৰ পৰিচয় দিছে আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিছে?
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৪)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) দ্বিতীয় পুনৰ সাক্ষাতৰ আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰি আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখনৰপৰা বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ২)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“এজন নিপুণ কৰ্ম্মকাৰী হওক”: (১৫ মি.) প্ৰচাৰ সমূহৰ অধ্যক্ষৰ দ্বাৰা আলোচনা।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৬ ¶৯-১৫
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১৫ আৰু প্ৰাৰ্থনা