ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মাৰ্চ পৃষ্ঠা ৬
  • মাৰ্চ ৩০–এপ্ৰিল ৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ৩০–এপ্ৰিল ৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মাৰ্চ পৃষ্ঠা ৬

মাৰ্চ ৩০–এপ্ৰিল ৫

আদিপুস্তক ২৯-৩০

  • গীত ৯৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যাকোবৰ বিবাহ”: (১০ মি.)

    • আদি ২৯:১৮-২০—যাকোবে ৰাহেলক বিয়া কৰিবলৈ লাবনৰ ঘৰত সাত বছৰ খাটিছিল (w০৩-HI ১০/১৫ ২৯ ¶৬)

    • আদি ২৯:২১-২৬—লাবনে ছলনা কৰি ৰাহেলৰ সলনি লেয়াক যাকোবলৈ দিলে (w০৭-E ১০/১ ৮-৯; it-২-E ৩৪১ ¶৩)

    • আদি ২৯:২৭, ২৮—কঠিন পৰিস্থিতিতো যাকোবে নিজৰ উত্তম দিলে

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ৩০:৩—যাকোব আৰু বিলহাৰ দ্বাৰা জন্ম হোৱা সন্তানক ৰাহেলে কিয় নিজৰ দৰে ভাবিছিল? (it-১-E ৫০)

    • আদি ৩০:১৪, ১৫—ৰাহেলে কিছুমান দূদা ফলৰ বাবে স্বামীৰ সৈতে সংগম কৰাৰ সুযোগ কিয় বিনিময় কৰিলে? (w০৪ ২/১ ৩০ ¶৭)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ৩০:১-২১ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। উৎসাহজনক আৰু ইতিবাচক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰ অধ্যায় ১৬ আলোচনা কৰক।

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ৫৫-৫৬ ¶২১-২২ (শিক্ষা অধ্যায় ১৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫৭

  • “ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—দৃষ্টিহীনসকলক সাক্ষ্য দিয়ক”: (১০ মি.) প্ৰচাৰ সমূহৰ অধ্যক্ষৰ দ্বাৰা আলোচনা। এই প্ৰশ্নবোৰ আলোচনা কৰক: দৃষ্টিহীন লোকসকলক সহায় কৰাটো কিয় প্ৰয়োজন? আমি দৃষ্টিহীন লোকসকলক কʼত বিচাৰি পাম? আপুনি তেওঁলোকৰ লগত কেনেকৈ কথা পাতিব? দৃষ্টিহীন লোকসকলক আধ্যাত্মিকভাৱে সহায় কৰিবলৈ কি কি সঁজুলি উপলব্ধ আছে?

  • সংগঠনে লাভ কৰা সফলতা: (৫ মি.) মাৰ্চ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৯ ¶১-৭

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ১০৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক