ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 এপ্ৰিল পৃষ্ঠা ৪
  • এপ্ৰিল ১৩-১৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ১৩-১৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 এপ্ৰিল পৃষ্ঠা ৪

এপ্ৰিল ১৩-১৯

আদিপুস্তক ৩১

  • গীত ১১২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যাকোব আৰু লাবনে শান্তিৰ নিময় স্থিৰ কৰিলে”: (১০ মি.)

    • আদি ৩১:৪৪-৪৬—যাকোব আৰু লাবনে শিলৰ এটা হাদাম বান্ধিলে আৰু তেওঁলোকে যি নিয়ম স্থিৰ কৰিলে ইয়াৰ সাক্ষী দিবলৈ তাত ভোজন কৰিলে (it-১-E ৮৮৩ ¶১)

    • আদি ৩১:৪৭-৫০—তেওঁলোকে সেই ঠাইক গলেদ আৰু প্ৰহৰিস্থান নাম ৰাখিলে (it-২-E ১১৭২)

    • আদি ৩১:৫১-৫৩—তেওঁলোকে নিজৰ মাজত শান্তি বজাই ৰাখিবলৈ প্ৰতিজ্ঞা কৰিলে

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ৩১:১৯—ৰাহেলে নিজৰ পিতৃৰ গৃহ-দেৱতাবোৰ কিয় চুৰ কৰিলে? (it-২-E ১০৮৭-১০৮৮)

    • আদি ৩১:৪১, ৪২—‘কুটিল-মনৰ’ কৰ্তৃপক্ষৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত, তাৰ বিষয়ে যাকোবৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? (১পিতৰ ২:১৮; w১৩-HI ৩/১৫ ২১ ¶৮)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ৩১:১-১৮ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: ভনী গৰাকীয়ে শাস্ত্ৰপদটো কেনেকৈ ব্যৱহাৰ কৰিলে? তাই পুনৰ সাক্ষাতৰ বাবে গৃহস্থক কি কʼলে?

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো এটা বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৪)

  • প্ৰথম সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। তাৰ পাছত ভাল খবৰ ব্ৰচাৰখনৰ পৰিচয় দিয়ক আৰু ৫ অধ্যায়পৰা অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭৭

  • নিষ্ক্ৰিয়সকলক উৎসাহিত কৰক: (২০ মি. বা কম) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। যিহোৱাই নিজৰ মেৰবিলাকৰ যত্ন লয় নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত যিহোৱাৰ ওচৰলৈ উভতি আহক (হিন্দী) ব্ৰচাৰখনৰ ১৪ পৃষ্ঠাৰপৰা কিছুমান বিষয় আলোচনা কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৯ ¶১-৭

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ১০৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক