ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 এপ্ৰিল পৃষ্ঠা ৪
  • যাকোব আৰু লাবনে শান্তিৰ নিময় স্থিৰ কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যাকোব আৰু লাবনে শান্তিৰ নিময় স্থিৰ কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • হাৰণলৈ যাকোবৰ যাত্ৰা
    বাইবেলৰ কাহিনী
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 এপ্ৰিল পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৩১

যাকোব আৰু লাবনে শান্তিৰ নিময় স্থিৰ কৰিলে

৩১:৪৪-৫৩

যাকোব আৰু লাবনে কিয় শিলৰ এটা হাদাম বান্ধিলে?

  • এই শিলৰ হাদামে বাটৰুৱাসকলৰ বাবে এটা চিহ্ন আছিল, যিয়ে দেখুৱাই যে তেওঁলোকে শান্তি স্থিৰ কৰিলে

  • ইয়ে তেওঁলোকক মনত পেলাই দিয়ে যে তেওঁলোকে যি নিয়ম স্থাপন কৰিছে, সেয়া তেওঁলোকে পালন কৰিছেনে নাই তাক যিহোৱাই লক্ষ্য কৰিছে

ছবি: ১. ৰাজ্যগৃহত দুগৰাকী ভনীয়ে এজনে-আনজনক খঙেৰে চাই আছে। পিছফালে ভাই-ভনীসকলে আনন্দৰে কথা পাতি আছে। ২. সেই একেই দুগৰাকী ভনীয়ে কেফেত আনন্দৰে কথা পাতি আছে আৰু কফি খাই আছে। টেবুলত এটা উপহাৰ আৰু বাইবেল আছে।

আজিও যিহোৱা ঈশ্বৰে তেওঁৰ লোকসকলৰ মাজত শান্তি থকাটো বিচাৰে। তলত উল্লেখ কৰা, এই তিনিটা কাৰ্য্যই শান্তি বজাই ৰাখিবলৈ বা সমস্যা সমাধান কৰিবলৈ কেনেকৈ আমাক সহায় কৰিব পাৰে?

  • কথা-বতৰা হওক।—মথি ৫:২৩, ২৪

  • হৃদয়ৰে ক্ষমা কৰক।—কল ৩:১৩

  • ধৈৰ্য্য ধৰক।—ৰোম ১২:২১

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক