ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 এপ্ৰিল পৃষ্ঠা ৫
  • এপ্ৰিল ২০-২৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ২০-২৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 এপ্ৰিল পৃষ্ঠা ৫

এপ্ৰিল ২০-২৬

আদিপুস্তক ৩২-৩৩

  • গীত ২১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “আপুনি আশীৰ্ব্বাদ লাভ কৰিবলৈ পৰিশ্ৰম কৰিছেনে?”: (১০ মি.)

    • আদি ৩২:২৪—যাকোবে স্বৰ্গদূতৰ লগত মালযুদ্ধ কৰিছিল (w০৩-HI ৮/১৫ ২৫ ¶৩)

    • আদি ৩২:২৫, ২৬—যাকোবে আশীৰ্ব্বাদ লাভ নকৰালৈকে যুঁজ কৰিবলৈ এৰি দিয়া নাছিল (it-২-E ১৯০)

    • আদি ৩২:২৭, ২৮—যাকোবে ধৈৰ্য্য ধৰাৰ কাৰণে আশীৰ্ব্বাদ লাভ কৰিলে (it-১-E ১২২৮)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ৩২:১১, ১৩-১৫—যাকোবে শান্তি বজাই ৰখাত যি পৰিশ্ৰম কৰিলে, তাক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (w১০-HI ৬/১৫ ২২ ¶১০-১১)

    • আদি ৩৩:২০—যাকোবে যজ্ঞ-বেদিটোক “ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ” বুলি কিয় কৈছিল? (it-১-E ৯৮০)

    • এই সপ্তাহৰ বাইবেলৰ পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ৩২:১-২১ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: আভায়ে কেনেকৈ সঠিক আৰু যুক্তিসংগত সাক্ষ্য দিলে? আভা আৰু জয়াই সাক্ষ্য দিয়াৰ সময়ত কেনেকৈ এজনে-আনজনক সহযোগ কৰিলে?

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১২)

  • প্ৰথম পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৫

  • “মোৰ বাবে কি আটাইতকৈ গুৰুত্বপূৰ্ণ?” (১৫ মি.) আলোচনা। ঈশ্বৰৰ সেৱাত ৰখা লক্ষ্যৰপৰা নিজৰ ধ্যান বিচলিত হʼব নিদিব ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৯ ¶৮-১৬

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৪৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক