ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 এপ্ৰিল পৃষ্ঠা ৫
  • আপুনি আশীৰ্ব্বাদ লাভ কৰিবলৈ পৰিশ্ৰম কৰিছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আশীৰ্ব্বাদ লাভ কৰিবলৈ পৰিশ্ৰম কৰিছেনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • মোৰ বাবে কি আটাইতকৈ গুৰুত্বপূৰ্ণ?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • “তোমালোকে একোলৈ চিন্তা নকৰিবা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • যিহোৱাৰ আশীৰ্ব্বাদে আমাক ধনৱান কৰে
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 এপ্ৰিল পৃষ্ঠা ৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৩২-৩৩

আপুনি আশীৰ্ব্বাদ লাভ কৰিবলৈ পৰিশ্ৰম কৰিছেনে?

৩২:২৪-২৮

যিহোৱা ঈশ্বৰৰ আশীৰ্ব্বাদ লাভ কৰিবলৈ, আমি কঠিন পৰিশ্ৰম আৰু নিজৰ জীৱনত তেওঁৰ ৰাজ্যক প্ৰথম স্থান দিয়া উচিত। (১কৰি ৯:২৬, ২৭) ইয়াৰ বাবে যাকোবে এটা ভাল উদাহৰণ ৰাখিলে। যদিও তেওঁৰ বয়স হৈছিল, তথাপিও তেওঁ আশীৰ্ব্বাদ লাভ কৰিবলৈ এজন স্বৰ্গদূতৰ লগত মালযুদ্ধ কৰিছিল। আমিও নিজৰ খ্ৰীষ্টান দায়িত্ব পালন কৰিবলৈ, এইদৰে উৎসাহ দেখুওৱা উচিত। আমি কেনেকৈ জানিব পাৰোঁ যে যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰিবলৈ আমি কঠিন পৰিশ্ৰম কৰিছোঁ?

  • যেতিয়া আমি সভাৰ বাবে প্ৰস্তুতি কৰোঁ

  • যেতিয়া আমি ঘোষণা কাৰ্য্যত নিয়মীয়াকৈ ভাগ লওঁ

  • যেতিয়া আমি মণ্ডলীৰ ভাই-ভনীসকলক সহায় কৰোঁ

ছবি: এগৰাকী ব্যস্ত মাতৃ। ১. তাই দিনটো আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থনা কৰিছে। ২. তাই প্ৰচাৰ কাৰ্য্য যোৱাৰ আগতে নিজৰ কেঁচুৱাটি আহাৰ খোৱাই আছে। ৩. তাই আনন্দৰে মণ্ডলীৰ ভনীসকল আৰু নিজৰ ছোৱালীৰ লগত প্ৰচাৰ কৰি আছে।

পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, সহায়ৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু তেওঁক মিনতি কৰক যে তেওঁ আপোনাৰ পৰিশ্ৰমত আশীৰ্ব্বাদ দিয়ে।

নিজকে সোধক: ‘যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰিবলৈ জীৱনৰ কি কি পৰিস্থিতিত মই পৰিশ্ৰম কৰা উচিত?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক