ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মাৰ্চ পৃষ্ঠা ৫
  • যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • যাকোব আৰু এচৌৱে শান্তিৰে সমস্যাটো সমাধান কৰিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • যঁজা কিন্তু মিল নাই
    বাইবেলৰ কাহিনী
  • উত্তৰাধিকাৰ যাকোবে পালে
    বাইবেলৰ পৰা শিকোঁ আহা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মাৰ্চ পৃষ্ঠা ৫
যাকোবে এচৌৰ কাপোৰ পিন্ধিছে, ডিঙিত আৰু হাতত ভেৰাৰ নোম লগাইছে আৰু ইচহাকে যাকোবৰ হাতখনত স্পৰ্শ কৰিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ২৭-২৮

যাকোবে নিজৰ পাবলগীয়া আশীৰ্বাদ লাভ কৰে

২৭:৬-১০, ১৮, ১৯, ২৭-২৯

ইচহাকে যাকোবক দিয়া আশীৰ্বাদ এক ভৱিষ্যতবাণী আছিল।

  • প্ৰতিজ্ঞা কৰা দেশৰ এখন মানচিত্ৰ। ইয়াত ইস্ৰায়েলৰ উৰ্বৰা ঠাইক সেউজীয়া আৰু ইদোমৰ শুকান ঠাইক মূগা ৰঙৰ লগত তুলনা কৰা হৈছে।

    ২৭:২৮—যিহোৱাই যাকোবক উত্তৰাধিকাৰী হিচাপে এডোখৰ সাৰুৱা মাটি থকা আৰু “গাখীৰ মৌ বোৱা” এখন দেশ দিছিল।—দ্বিতী ২৬:১৫

  • ২৭:২৯—ইস্ৰায়েলীসকলে (যাকোবৰ বংশধৰ) ইদোমৰ লোকসকলতকৈ (এচৌৰ বংশধৰ) বহুত শক্তিশালী হৈ পৰিছিল।—আদি ২৫:২৩; ২চমূ ৮:১৪

  • ২৭:২৯—ইদোমৰ লোকসকলে ইস্ৰায়েলীসকলক ঘৃণা কৰিছিল। সেইবাবে তেওঁলোকে অভিশপ্ত আছিল আৰু শেষত তেওঁলোকৰ গোটেই ৰাষ্ট্ৰ ধ্বংস কৰা হৈছিল।—যিহি ২৫:১২-১৪

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক