ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 এপ্ৰিল পৃষ্ঠা ৬
  • এপ্ৰিল ২৭–মে ৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ২৭–মে ৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 এপ্ৰিল পৃষ্ঠা ৬

এপ্ৰিল ২৭–মে ৩

আদিপুস্তক ৩৪-৩৫

  • গীত ২৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “কুসংগতিৰ দুখজনক পৰিণাম”: (১০ মি.)

    • আদি ৩৪:১—দীনাই কনান দেশৰ জীয়াৰীহঁতৰ লগত সংগতি কৰিছিল। (w৯৭-HI ২/১ ৩০ ¶৪)

    • আদি ৩৪:২—চিখিমে দীনাক ভ্ৰষ্ট কৰিলে। (lv ১১৯ ¶১৪)

    • আদি ৩৪:৭, ২৫—চিমিয়োন আৰু লেবীয়ে চিখিম আৰু সেই নগৰৰ সকলো পুৰুষক বধ কৰিলে (w১০-HI ১/১ ১১ ¶১-২)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ৩৫:৮—দবোৰা কোন আছিল আৰু তাইৰপৰা আমি কি শিকিব পাৰোঁ? (it-১-E ৬০০ ¶৪)

    • আদি ৩৫:২২-২৬—আমি কেনেকৈ জানিব পাৰোঁ যে মচীহৰ পূৰ্ব্বপুৰুষ হʼবলৈ জ্যেষ্ঠীধিকাৰ হোৱাৰ প্ৰয়োজন নাছিল? (w১৭.১২-HI ১৪)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ৩৪:১-১৯ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: আভায়ে হৃদয় স্পৰ্শ কৰিবলৈ কি কৰিলে? বাইবেলে শিকায় নামৰ কিতাপখনৰপৰা আমি কেনেকৈ বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰোঁ?

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১৩)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) ভাল খবৰ পাঠ ৪ ¶৬-৭ (শিক্ষা অধ্যায় ১৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪০

  • “ইতৰ দেৱতাবোৰ দূৰ কৰা”: (১৫ মি.) আলোচনা। “চয়তানক প্ৰতিৰোধ কৰক” নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৯ ¶১৭-২৩

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ১৪৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক