ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মে’ পৃষ্ঠা ২
  • যোচেফে নিজৰ ককায়েকহঁতৰ ঘৃণাৰ পাত্ৰ হʼল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যোচেফে নিজৰ ককায়েকহঁতৰ ঘৃণাৰ পাত্ৰ হʼল
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • যোচেফৰ ওপৰত ককায়েকহঁতৰ খং
    বাইবেলৰ কাহিনী
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মে’ পৃষ্ঠা ২
যোচেফৰ ককায়েকহঁতে তেওঁক টানি আনি গাঁতত পেলাবলৈ লৈছে। যোচেফৰ এজন ককায়েকে তেওঁৰ দীঘল আস্তিনৰ চোলাটো ধৰিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৩৬-৩৭

যোচেফে নিজৰ ককায়েকহঁতৰ ঘৃণাৰ পাত্ৰ হʼল

৩৭:৩-৯, ১১, ২৩, ২৪, ২৮

যোচেফৰ লগত যি ঘটিছিল তাৰপৰা বুজিব পাৰি যে ঘৃণা আৰু ঈৰ্ষাৰ ফলত বহুতো ক্ষতি হয়। আমি আমাৰ অন্তৰৰপৰা ঈৰ্ষাৰ ভাৱ দূৰ কৰা উচিত। এনে কৰাটো কিয় প্ৰয়োজন? তলত কিছুমান পদ আৰু যুক্তি দিয়া আছে। আপুনি কʼব পাৰিবনে কোনটো পদত কি কাৰণ দিয়া হৈছে।

পদ

  • ১চমূ ১৮:৮, ৯

  • হিতো ১৪:৩০

  • ২কৰি ১২:২০

  • গালা ৫:১৯-২১

যুক্তি

  • ঈৰ্ষা পুহি ৰখা ব্যক্তিয়ে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিব

  • ঈৰ্ষাৰ ফলত মণ্ডলীৰ শান্তি আৰু একতা ভংগ হয়

  • ঈৰ্ষা ভাৱনাই আমাৰ শৰীৰৰ ক্ষতি কৰে

  • ঈৰ্ষাৰ ভাৱনাৰ বাবে আমি আনৰ ভাল গুণবোৰ দেখা নাপাওঁ

আমি কি কি পৰিস্থিতিত আনৰ প্ৰতি ঈৰ্ষা কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক