ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মে’ পৃষ্ঠা ৪
  • মে’ ১১-১৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ১১-১৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মে’ পৃষ্ঠা ৪

মে’ ১১-১৭

আদিপুস্তক ৩৮-৩৯

  • গীত ৩৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাই যোচেফক কেতিয়াও ত্যাগ কৰা নাছিল”: (১০ মি.)

    • আদি ৩৯:১—যোচেফে মিচৰ দেশত দাস হিচাপে আছিল (w১৪-E ১১/১ ১২ ¶৪-৫)

    • আদি ৩৯:১২-১৪, ২০—যোচেফৰ ওপৰত মিচা অভিযোগ কৰি, তেওঁক জেলত বন্দী কৰা হʼল (w১৪-E ১১/১ ১৪-১৫)

    • আদি ৩৯:২১-২৩—যিহোৱাই যোচেফক কেতিয়াও ত্যাগ কৰা নাছিল (w১৪-E ১১/১ ১৫ ¶২)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ৩৮:৯, ১০—যিহোৱা ঈশ্বৰে ওননক কিয় মৃত্যুদণ্ড দিছিল (it-২-E ৫৫৫)

    • আদি ৩৮:১৫-১৮—যিহূদা আৰু তামাৰে যি কৰিলে, তাৰপৰা আমি কি শিকিব পাৰোঁ? (w০৪-HI ১/১৫ ৩০ ¶৪-৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ৩৮:১-১৯ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: ভনী গৰাকীয়ে কেনেকৈ কথা-বতৰা আৰম্ভ কৰিলে, যাৰ ফলত গৃস্থই তাইৰ বাৰ্ত্তা সহজে বুজিব পাৰিলে? (শিক্ষা অধ্যায় ১৭) ভনী গৰাকীয়ে হয়তো শিক্ষাদানৰ সঁজুলিৰ বাকচটোৰপৰা কেনেকৈ প্ৰকাশন ব্যৱহাৰ কৰিলে?

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১১)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। JW.ORG যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১২১

  • “যোচেফৰ দৰে হওক—অনৈতিকতাৰপৰা আঁতৰি থাকক”: (১৫ মি.) আলোচনা। অনৈতিকতাৰপৰা আঁতৰি থাকক নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১ ¶১০-১৮, পৃ. ১৫ বক্স

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৫২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক