ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুন পৃষ্ঠা ৪
  • জুন ১৫-২১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ১৫-২১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুন পৃষ্ঠা ৪

জুন ১৫-২১

আদিপুস্তক ৪৮-৫০

  • গীত ৩০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “বৃদ্ধসকলে আনক শিকাবলৈ ভৰপূৰ জ্ঞান আছে”: (১০ মি.)

    • আদি ৪৮:২১, ২২—ভৱিষ্যতে যিহোৱাৰ লোকসকলে নিশ্চয় কনান দেশত থাকিব বুলি কোৱাৰ যোগেদি যাকোবে নিজৰ বিশ্বাস প্ৰকাশ কৰিলে (it-১-E ১২৪৬ ¶৮)

    • আদি ৪৯:১—যাকোবে মৃত্যুৰ আগতে কৰা ভৱিষ্যতবাণীৰপৰা আমি বুজিব পাৰোঁ যে তেওঁৰ বিশ্বাস দৃঢ় আছিল (it-২-E ২০৬ ¶১)

    • আদি ৫০:২৪, ২৫—যিহোৱাৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত যোচেফে নিজৰ বিশ্বাস দেখুৱালে (w০৭-HI ৬/১ ২৮ ¶১০)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ৪৯:১৯—যাকোবে গাদৰ বিষয়ে কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ হৈছিল? (w০৪ ৬/১ ২৪ ¶৪-৫)

    • আদি ৪৯:২৭—যাকোবে বিন্যামীনৰ বিষয়ে কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ হৈছিল? (it-১-E ২৮৯ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ৪৯:৮-২৬ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: প্ৰচাৰক দুজনে কেনেকৈ একেলগে মিলি সাক্ষ্য দিছিল? আমি এই দুজন প্ৰচাৰকৰ দৰে কেনেকৈ বিশ্বাসেৰে সাক্ষ্য দিব পাৰোঁ?

  • পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয় পাৰ কৰক। (শিক্ষা অধ্যায় ৬)

  • পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখন আগবঢ়াওক আৰু অধ্যায় ৯-ৰপৰা অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩৮

  • “অনুভৱী খ্ৰীষ্টানসকলৰপৰা আমি কি শিকিব পাৰোঁ?”: (১৫ মি.) আলোচনা। প্ৰতিবন্ধক থকাৰ সত্ত্বেও একতা বজাই ৰাখক নামৰ ভিডিঅ’খন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ৩ ¶১৬-২১

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ১১৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক