ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুন পৃষ্ঠা ৪
  • বৃদ্ধসকলে আনক শিকাবলৈ ভৰপূৰ জ্ঞান আছে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বৃদ্ধসকলে আনক শিকাবলৈ ভৰপূৰ জ্ঞান আছে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • বৃদ্ধ ভাই-ভনীসকলক মূল্যৱান বুলি গণ্য কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • ডেকা ভাই-ভনীসকলক সন্মান কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • যিহোৱা সদায় নিজৰ প্ৰতিজ্ঞা পূৰ কৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুন পৃষ্ঠা ৪
এজন বৃদ্ধ ভায়ে এহাল দম্পতীক এলবামৰপৰা ফটো দেখুৱাইছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৪৮-৫০

বৃদ্ধসকলে আনক শিকাবলৈ ভৰপূৰ জ্ঞান আছে

৪৮:২১, ২২; ৪৯:১; ৫০:২৪, ২৫

যেতিয়া বৃদ্ধ ভাই-ভনীসকলে এই শেষ সময়ছোৱাত যিহোৱাই কৰা “আচৰিত কাৰ্য্যবোৰ” দেখাৰ অনুভৱৰ বিষয়ে আমাক জনাই, তেতিয়া যিহোৱা আৰু তেওঁৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় হয়। (গীত ৭১:১৭, ১৮) যদি আপোনাৰ মণ্ডলীত এনে মৰমিয়াল বৃদ্ধ ভাই-ভনী আছে, তেনেহʼলে তেওঁলোকক সোধক:

  • যিহোৱাই সমস্যাৰ সময়তো তেওঁলোকক কেনেকৈ তেওঁৰ সেৱা কৰি থাকিবলৈ সহায় কৰিলে

  • প্ৰচাৰকৰ সংখ্যা বৃদ্ধি হোৱা দেখি, তেওঁলোকে কেনে অনুভৱ কৰে

  • বাইবেলৰ সত্যতা স্পষ্টভাৱে বুজি পোৱাৰ পাছত, তেওঁলোকে কেনে অনুভৱ কৰিছিল

  • যিহোৱাৰ সংগঠনত হোৱা উন্নতিবোৰ দেখি, তেওঁলোকে কেনে অনুভৱ কৰিছে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক