চেপ্টেম্বৰ ৭-১৩
যাত্ৰাপুস্তক ২৩-২৪
গীত ৩৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“বহু লোকৰ অনুগামী নহবা”: (১০ মি.)
যাত্ৰা ২৩:১—মিছা কথা প্ৰচাৰ কৰাৰপৰা আঁতৰি থাকক (w১৮.০৮-HI ৪ ¶৭-৮)
যাত্ৰা ২৩:২—আনৰ কথা শুনি বেয়া কাম নকৰিব (it-১-E ১১ ¶৩)
যাত্ৰা ২৩:৩—পক্ষপাত কৰাৰপৰা দূৰে থাকক (it-১-E ৩৪৩ ¶৫)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ২৩:৯—ইস্ৰায়েলীসকলে বিদেশীসকলৰ লগত ব্যৱহাৰ কৰোঁতে, কি কথা মনত ৰাখিবলৈ যিহোৱাই কৈছিল? (w১৬.১০-HI ৯ ¶৪)
যাত্ৰা ২৩:২০, ২১—এই পদবোৰত উল্লেখ কৰা স্বৰ্গদূতজন মীখায়েল হয় বুলি কি প্ৰমাণ আছে? (it-২-E ৩৯৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ২৩:১-১৯ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: গৃহস্থই ভুল উত্তৰ দিয়াৰ সত্ত্বেও প্ৰচাৰকে কথা-বতৰা বজাই ৰাখিলে, ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? প্ৰচাৰকজনে কেনেকৈ জনসাধাৰণৰ বাবে সংস্কৰণ নং ৩ ২০২০ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) বিষয়ে জনালে?
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১)
ভাষণ: (৫ মি. বা কম) w১৬.০৫-HI ৩০-৩১—বিষয়: চৰকাৰী কৰ্মচাৰীক উপহাৰ বা বকচিচ দিয়া উচিত হয়নে নহয়, এই বিষয়ে সত্য খ্ৰীষ্টানসকলে কেনেকৈ নিৰ্ণয় লʼব? (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“মিছা কথা প্ৰচাৰ কৰাৰপৰা আঁতৰি থাকক”: (১৫ মি.) আলোচনা। পৰচৰ্চা কৰাৰপৰা মই কেনেকৈ দূৰে থাকিম? হোৱাইট বোৰ্ড এনিমেশ্বনখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ৬ ¶১৬-২৩
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ৯০ আৰু প্ৰাৰ্থনা