ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ছেপ্টেম্বৰ পৃষ্ঠা ৬
  • চেপ্টেম্বৰ ২৮–অক্টোবৰ ৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চেপ্টেম্বৰ ২৮–অক্টোবৰ ৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ছেপ্টেম্বৰ পৃষ্ঠা ৬

চেপ্টেম্বৰ ২৮–অক্টোবৰ ৪

যাত্ৰাপুস্তক ২৯-৩০

  • গীত ৩২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাৰ উদ্দেশে দিব লগীয়া উপহাৰ”: (১০ মি.)

    • যাত্ৰা ৩০:১১, ১২—যিহোৱাই মোচিক লোকসকলৰ লেখ লʼবলৈ কৈছিল (it-২-E ৭৬৪-৭৬৫)

    • যাত্ৰা ৩০:১৩-১৫—যিসকলৰ নাম লিখা হৈছিল, তেওঁলোকে যিহোৱাক দান দিলে (it-১-E ৫০২)

    • যাত্ৰা ৩০:১৬—দান-বৰঙণিৰ টকা-পইচা ‘তম্বুৰ কাৰ্য্যত’ ব্যৱহাৰ কৰা হৈছিল (w১১-E ১১/১ ১২ ¶১-২)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • যাত্ৰা ২৯:১০—“গৰুটোৰ মূৰত হাত” দিয়াৰ অৰ্থ কি? (it-১-E ১০২৯ ¶৪)

    • যাত্ৰা ৩০:৩১-৩৩—যদি কোনোবাই অভিষেকাৰ্থক পবিত্ৰ তেল তৈয়াৰ কৰে আৰু অধিকাৰ নিদিয়া কোনো ব্যক্তিক লগাই, তেনেহʼলে তেওঁক কিয় মৃত্যুদণ্ড দিয়া হৈছিল? (it-১-E ১১৪ ¶১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ২৯:৩১-৪৬ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক আৰু কেমেৰা বা ইন্ট্যাৰকমত সাক্ষ্য কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (যদি আপোনাৰ এলেকাত লোকসকলে কেমেৰা বা ইন্ট্যাৰকম ব্যৱহাৰ নকৰে, তেনেহʼলে গৃহস্থই দুৱাৰ নোখোলাকৈ কথা পাতে, তেতিয়া আপুনি কেনেকৈ সাক্ষ্য দিব, তাক দেখুৱাওক।) (শিক্ষা অধ্যায় ২)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ১০৫ ¶১৮ (শিক্ষা অধ্যায় ১৩)

  • ভাষণ: (৫ মি. বা কম) km ১/১১-HI ৪ ¶৫-৭; ৬, বক্স—বিষয়: পাৰিবাৰিক উপাসনাৰ কিছুমান উপায়। (শিক্ষা অধ্যায় ২০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮৪

  • “আপোনাৰ সময় আৰু শক্তি আগবঢ়াব পাৰিবনে?”: (১৫ মি.) আলোচনা। এক নতুন নিৰ্মাণ কাৰ্য্যৰ পৰিকল্পনা—এক আভাস নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ৭ ¶২০-২৮

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৬৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক