ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 অক্টোবৰ পৃষ্ঠা ২
  • অক্টোবৰ ৫-১১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ৫-১১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 অক্টোবৰ পৃষ্ঠা ২

অক্টোবৰ ৫-১১

যাত্ৰাপুস্তক ৩১-৩২

  • গীত ৪৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “মূৰ্ত্তি-পূজাৰপৰা আঁতৰি থাকক”: (১০ মি.)

    • যাত্ৰা ৩২:১—যিয়ে পৰিস্থিতি নহওক কিয় আমি যিহোৱাৰ বাহিৰে, আন কোনো দেৱতাক উপাসনা কৰা উচিত নহয় (w০৯-HI ৫/১৫ ১১ ¶১১)

    • যাত্ৰা ৩২:৪-৬—ইস্ৰায়েলীসকলে সত্য উপাসনাৰ লগতে মিছা উপাসনা কৰিছিল (w১২-HI ১০/১৫ ২৫ ¶১২)

    • যাত্ৰা ৩২:৯, ১০—যিহোৱা ইস্ৰায়েলীসকলৰ ওপৰত ক্ৰোধিত হৈছিল (w১৮.০৭-HI ২০ ¶১৪)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • যাত্ৰা ৩১:১৭—সপ্তম দিনা যিহোৱাই কি অৰ্থত বিশ্ৰাম লʼলে? (w১৯.১২-HI ২ ¶৪)

    • যাত্ৰা ৩১:১৮—“ঈশ্বৰৰ আঙুলিৰ” অৰ্থ কি হয়? (w৮৭-E ৬/১৫ ¶৫, বক্স)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ৩২:১৫-৩৫ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: বৰষায়ে কেনেকৈ প্ৰশ্নৰ ভাল ব্যৱহাৰ কৰিলে? পুনৰ সাক্ষাতৰ বাবে তাই কি কৰিলে?

  • প্ৰথম সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ পৰিচয় দিয়ক আৰু আলোচনা কৰক (কিন্তু ভিডিঅ’খন নচলাব)। (শিক্ষা অধ্যায় ৯)

  • ভাষণ: (৫ মি. বা কম) w১০-HI ৫/১৫ ২১—বিষয়: হাৰোণে সোণৰ দামুৰি বনোৱাৰ বাবে যিহোৱাই কিয় তেওঁক শাস্তি নিদিলে? (শিক্ষা অধ্যায় ৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৬

  • “যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কক মূল্যৱান বুলি গণ কৰক”: (১৫ মি.) আলোচনা। যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কক ৰক্ষা কৰক (কল ৩:৫) নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অতিৰিক্ত লেখ, ২৪৬-২৪৯ পৃ.

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৩৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক