ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 অক্টোবৰ পৃষ্ঠা ২
  • মূৰ্ত্তি-পূজাৰপৰা আঁতৰি থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মূৰ্ত্তি-পূজাৰপৰা আঁতৰি থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • ঈশ্বৰে কেনেধৰণৰ উপাসনা গ্ৰহণ কৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • গণিব নোৱাৰা এক বৰ লোকসমূহ যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • আপুনি শুনি পাহৰি যোৱা শ্ৰোতা যেন নহয়
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • সত্য উপাসনা কৰি আনন্দিত থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 অক্টোবৰ পৃষ্ঠা ২
ইস্ৰায়েলীসকলে সোণৰ দামুৰিৰ ওচৰত নাচি আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৩১-৩২

মূৰ্ত্তি-পূজাৰপৰা আঁতৰি থাকক

৩২:১, ৪-৬, ৯, ১০

মিচৰীয়াসকলে মূৰ্ত্তি-পূজা কৰিছিল, সেইবাবে তেওঁলোকক দেখি ইস্ৰায়েলীসকলেও সোণৰ দামুৰি সাজি উপাসনা কৰিবলৈ ধৰিলে। বৰ্তমান সময়ত লোকসকলে বিভিন্ন উপায়েৰে মূৰ্ত্তি-পূজা কৰে। যদিও আমি মূৰ্ত্তি-পূজা নকৰোঁ, কিন্তু আমি এনে কিছুমান কামত ব্যস্ত হৈ যাব পাৰোঁ, যাৰ বাবে যিহোৱাৰ সেৱা কৰিবলৈ আমাৰ ওচৰত সময়ে নাথাকিব। এয়া মূৰ্ত্তি-পূজা কৰাৰ দৰে হʼব, কিয়নো আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰা নাই।

ছবি: পৰিয়ালৰ সদস্যসকলে দৈনন্দিন কামত ব্যস্ত হৈ আছে। ১. এজন পিতৃয়ে কাঠ মিস্ত্ৰীৰ দোকানত বেছি সময়লৈকে কাম কৰি আছে। ২. এজন লʼৰাই ভিডিঅʼ গেম খেলি আছে। ৩. এগৰাকী মাতৃয়ে কাপোৰৰ দোকানৰপৰা বহুতো কাপোৰ কিনি আছে।

যিহোৱাৰ সেৱা কৰাত কোনবোৰ কামে মোক বাধা দিব পাৰে? যিহোৱাৰ সেৱাক প্ৰথম স্থান দিবলৈ মই কি কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক