ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ডিচেম্বৰ পৃষ্ঠা ৪
  • ডিচেম্বৰ ১৪-২০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ১৪-২০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ডিচেম্বৰ পৃষ্ঠা ৪

ডিচেম্বৰ ১৪-২০

লেবীয়া পুস্তক ১২-১৩

  • গীত ১৪০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “কুষ্ঠৰোগৰ বিষয়ে দিয়া নিয়মৰপৰা শিক্ষা”: (১০ মি.)

    • লেবী ১৩:৪, ৫—কুষ্ঠৰোগীক কিছু দিনৰ বাবে পৃথকে ৰখা হৈছিল (wp১৮.১-HI ৭)

    • লেবী ১৩:৪৫, ৪৬—বেমাৰ বিয়পাৰপৰা দূৰে থাকিবলৈ তেওঁক পৃথকে থকা হৈছিল (wp১৬.৩-HI ৯ ¶১)

    • লেবী ১৩:৫২, ৫৭—সংক্ৰামক বস্তুবোৰ জুইত জ্বলাই দিয়া হৈছিল (it-২-E ২৩৮ ¶৩)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • লেবী ১২:২, ৫—সন্তান প্ৰসৱে এগৰাকী স্ত্ৰীক কিয় “অশুচি” কৰে? (w০৪ ৬/১ ৩০ ¶২)

    • লেবী ১২:৩—যিহোৱাই ল’ৰাৰ জন্ম হোৱাৰ অষ্টম দিনৰ পাছত কিয় লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিবলৈ কৈছিল? (wp১৮.১-HI ৭)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লেবী ১৩:৯-২৮ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকল সোধক: ভাই ৰাজিবে কেনেকৈ প্ৰভাৱশালী উপায়েৰে প্ৰশ্ন কৰিলে? ভাইজনে বাইবেল পদৰ লাভজনক শিক্ষাৰ বিষয়ে কেনেকৈ বুজালে?

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১৯)

  • পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত ভাল খবৰ ব্ৰচাৰখন দিয়ক আৰু পাঠ ১১-ৰপৰা বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১২৫

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ১১ ¶১-৯

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ২৪ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক