ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ডিচেম্বৰ পৃষ্ঠা ৪
  • কুষ্ঠৰোগৰ বিষয়ে দিয়া নিয়মৰপৰা শিক্ষা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কুষ্ঠৰোগৰ বিষয়ে দিয়া নিয়মৰপৰা শিক্ষা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • ভাল মনোৰঞ্জন কেনেকৈ নিৰ্বাচন কৰিব
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ডিচেম্বৰ পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ১২-১৩

কুষ্ঠৰোগৰ বিষয়ে দিয়া নিয়মৰপৰা শিক্ষা

১৩:৪, ৫, ৪৫, ৪৬, ৫২, ৫৭

কুষ্ঠৰোগীৰ বিষয়ে যি নিয়ম দিয়া হৈছিল, তাৰপৰা আজি আমি কি শিকিব পাৰোঁ?

  • কোনো ব্যক্তিৰ কুষ্ঠৰোগ আছে নে নাই, তাক চিনাক্ত কৰিবলৈ আৰু এনে পৰিস্থিতিত তেওঁলোকে কি কৰিব লাগে, তাৰ বিষয়ে যিহোৱাই পুৰোহিতসকলক জনাইছিল। ঠিক সেইদৰে আজিও প্ৰাচীনসকলে এনে ভাই-ভনীসকলক সহায় কৰে, যিসকলৰ যিহোৱাৰ লগত সম্পৰ্ক দুৰ্বল হৈছে।—যাকো ৫:১৪, ১৫

  • বেমাৰ বিয়পি নাজাবলৈ ইস্ৰায়েলীসকলক কুষ্ঠৰোগীৰপৰা সংক্ৰামিত হোৱা বস্তুবোৰ জুইত পুৰি পেলাবলগীয়া হৈছিল। খ্ৰীষ্টানসকলে এনে সকলো কাম ত্যাগ কৰা উচিত, যাৰ যোগেদি তেওঁলোকে পাপ কৰিব পাৰে আৰু যিহোৱাৰ লগত সম্পৰ্ক দুৰ্বল হʼব পাৰে। (মথি ১৮:৮, ৯) হয়তো তেওঁলোকে বেয়া অভ্যাস, বন্ধুত্ব অথবা চিনেমা চোৱা বা খেল-ধেমালি এৰিবলগীয়া হʼব পাৰে

এগৰাকী তিৰোতাই দৃঢ় মনেৰে নিজৰ জীৱন প্ৰণালী আৰু অতি মাত্ৰা সুৰাপান কৰা অভ্যাসৰপৰা আতঁৰি আহিছে।

এজন খ্ৰীষ্টানে কেনেকৈ প্ৰকাশ কৰিব পাৰে যে তেওঁ যিহোৱাৰপৰা সহায় বিচাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক