ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ডিচেম্বৰ পৃষ্ঠা ৫
  • ডিচেম্বৰ ২১-২৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ২১-২৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ডিচেম্বৰ পৃষ্ঠা ৫

ডিচেম্বৰ ২১-২৭

লেবীয়া পুস্তক ১৪-১৫

  • গীত ১২২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাৰ উপাসকসকল শুদ্ধ হৈ থকা উচিত”: (১০ মি.)

    • লেবী ১৫:১৩-১৫—পুৰুষসকলে নিজকে শুচি কৰিবলগীয়া হৈছিল (it-১-E ২৬৩)

    • লেবী ১৫:২৮-৩০—তিৰোতাসকলে নিজকে শুচি কৰিবলগীয়া হৈছিল (it-২-E ৩৭২ ¶২)

    • লেবী ১৫:৩১—যিহোৱাই নিজৰ লোকসকলে শুদ্ধ উপাসনা কৰাটো বিচাৰে (it-১-E ১১৩৩)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • লেবী ১৪:১৪, ১৭, ২৫, ২৮—এজন ব্যক্তিৰ সোঁকাণত আৰু সোঁহাত-ভৰিৰ আঙুলিত তেজ বা তেল লগোৱাৰ অৰ্থ কি আছিল? তাৰপৰা আমি কি শিকিব পাৰোঁ? (it-১-E ৬৬৫ ¶৫; w১৪-HI ১১/১৫ ৯ ¶৭)

    • লেবী ১৪:৪৩-৪৫—সংক্ৰামক কুষ্ঠৰোগৰ বিষয়ে দিয়া নিয়মৰপৰা ইস্ৰায়েলীসকলে যিহোৱাৰ বিষয়ে কি শিকিব পাৰিলেহেঁতেন? (g-E ১/০৬ ১৪, বক্স)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লেবী ১৪:১-১৮ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থই আগ্ৰহী হোৱা বিষয়ৰ কোনো এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ১৬)

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত যিহোৱাৰ সাক্ষীসকল—আমি কোন হওঁ? ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১১)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) খবৰ ভাল পাঠ ১১ ¶৬-৭ (শিক্ষা অধ্যায় ১৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭৬

  • “পুৰণি নোহোৱা অমূল্য জ্ঞান”: (১০ মি.) আলোচনা।

  • সংগঠনে লাভ কৰা সফলতা: (৫ মি.) ডিচেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ১১ ¶১০-১৯

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ১৪১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক