ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জানুৱাৰী পৃষ্ঠা ৪
  • জানুৱাৰী ১৭-২৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ১৭-২৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জানুৱাৰী পৃষ্ঠা ৪

জানুৱাৰী ১৭-২৩

বিচাৰকৰ্ত্তাবিলাক ২০-২১

  • গীত ৪৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাৰপৰা পৰামৰ্শ লৈ থাকক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • বিচা ২০:১৬—প্ৰাচীন সময়ত ফিঙ্গা বা কেটেপা যুদ্ধত কেনেকৈ ব্যৱহাৰ কৰা হৈছিল? (w১৪-E ৫/১ ১১ ¶৪-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) বিচা ২০:১-১৩ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো এটা আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৫)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। যিহোৱাৰ সাক্ষীসকল—আমি কোন হওঁ? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১৭)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০৩, ১-৩ ভাগ (শিক্ষা অধ্যায় ৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫

  • “সৃষ্টিয়ে যিহোৱাৰ বুদ্ধিৰ ওপৰত আমাৰ ভৰসা বঢ়ায়”: (১৫ মি.) আলোচনা। ইয়াক সৃষ্টি কৰা হৈছিল নেকি? পৰুৱাই ইটোৱে-সিটোক কিয় খুন্দা নামাৰে? আৰু ইয়াক সৃষ্টি কৰা হৈছিল নেকি? ভোমোৰাই বেগেৰে বলা বতাহতো উৰিব পাৰে নামৰ ভিডিঅʼখন দেখুৱাওক। সকলোকে নিজৰ পাৰিবাৰিক উপাসনাত “ইয়াক সৃষ্টি কৰা হৈছিল নেকি?” ধাৰাবাহিকবোৰ আলোচনা কৰিবলৈ উৎসাহিত কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৪৮

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১১৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক