ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক
[১ চমূৱেল কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
হান্নাই বহু দেৰিলৈকে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে (১চমূ ১:১০, ১২, ১৫; ia-HI ৫৫ ¶১২)
হান্নাই নিজৰ সকলো সমস্যা যিহোৱাৰ ওপৰত এৰি দিলে (১চমূ ১:১৮; w০৭-E ৩/১৫ ১৬ ¶৪)
যদি আমি নিজৰ মনৰ সকলো কথা যিহোৱাক জনাওঁ, তেনেহʼলে তেওঁ আমাৰ যত্ন লʼব আৰু আমাক শক্তি দিব।—গীত ৫৫:২২; ৬২:৮.